Category: Assamese News

ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ১৪খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ

ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ১৪খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ

শাৰদীয় দুৰ্গা পূজাৰ দিনকেইটা ৰাজ্যৰ ভিন্নপ্ৰান্তত হৈছে ধাৰাসাৰ বৰষুণ। মুষলধাৰ বৰষুণৰ ফলত ৰাজ্য ব্যাঘাত জন্মিছে উৎসৱৰ আনন্দত। দেওবাৰে ৰাজ্যৰ ১৪খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ জিলাত কাইলৈ Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞানে। ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, চৰাইদেউ, শিৱসাগৰ

আজি বিজয়া দশমীত এই ৪ ৰাশিৰ জাতক-জাতিকাৰ হ’ব আৰ্থিক লাভ

আজি বিজয়া দশমীত এই ৪ ৰাশিৰ জাতক-জাতিকাৰ হ’ব আৰ্থিক লাভ

মেষ ৰাশিঃ গণেশজীয়ে কয় যে আজিৰ দিনটোৱে আপোনাৰ বাবে নতুন শক্তি আৰু প্ৰেৰণা কঢ়িয়াই আনিব। আপুনি নিজৰ লক্ষ্যৰ প্ৰতি অধিক মনোনিৱেশ আৰু উৎসাহী হ’ব। দলৰ সৈতে যোগাযোগ আৰু সহযোগিতা কৰ্ম পৰিৱেশত আপোনাৰ শক্তি হৈ পৰিব, গতিকে আনৰ মতামত শুনিবলৈ কুণ্ঠাবোধ নকৰিব। ব্যক্তিগত সম্পৰ্কত কিছু মনোযোগ আৰু সময়ৰ প্ৰয়োজন হ’ব পাৰে।

কোন হ’ব ৰতন টাটাৰ বিশাল সাম্ৰাজ্যৰ উত্তৰাধিকাৰী?

কোন হ’ব ৰতন টাটাৰ বিশাল সাম্ৰাজ্যৰ উত্তৰাধিকাৰী?

টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটা আৰু আমাৰ মাজত নাই। বুধবাৰে মুম্বাইৰ ব্ৰীজকেণ্ডি হস্পিতালত শেষ উশাহ নিশ্বাহ ত্যাগ কৰে উদ্যোগপতিগৰাকীয়ে। তেওঁ কেৱল এগৰাকী ব্যৱসায়িক টাইকুনেই নহয়, নিজৰ জনহিতকৰ কামৰ বাবেও তেওঁ জনাজাত আছিল। বিগত কেইবছৰমানৰ পৰা, তেওঁ নৱ-প্ৰজন্মক উৎসাহিত কৰিবলৈ ষ্টাৰ্টআপত বিনিয়োগ কৰি আছিল। ৰাজকীয় সন্মানেৰে বিদায় দিয়া হ’ব উদ্যোগপতি

নগাঁৱৰ বৃহৎ শামুকভঙা ক’লনিটো সংৰক্ষণ কৰাৰ বাবে বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি গঠন

নগাঁৱৰ বৃহৎ শামুকভঙা ক’লনিটো সংৰক্ষণ কৰাৰ বাবে বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি গঠন

নিউজ ব্যুৰ’,নগাঁও,৯অক্টোবৰ :- নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বিৰহ বেবেজীয়াৰ সচেতন ৰাইজৰ সৈতে নগাঁৱৰ পৰিৱেশ সংগঠন “পান্থতৰু সংৰক্ষণী অসম”ৰ উদ্যোগত অনুষ্ঠিত এক সজাগতামূলক সভাত গঠন হয় “বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি”৷ উল্লেখযোগ্য ২০১৬ চনত বাসস্থান হেৰুৱা ২০যোৰা শামুকভঙা চৰাই বিৰহ বেবেজীয়াৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ(CHC)ৰ চৌহদৰ ওখ গছবোৰত আহি আশ্ৰয় লৈছিল৷

নগাঁৱতো শাৰদীয় দুৰ্গা পূজা উপলক্ষে এক উৎসৱমুখৰ পৰিবেশ

নগাঁৱতো শাৰদীয় দুৰ্গা পূজা উপলক্ষে এক উৎসৱমুখৰ পৰিবেশ

পূজা সমিতিৰ বাজেট ৮০ হাজাৰৰ পৰা ১০লাখ নিউজ ব্যুৰ’,নগাঁও,৯অক্টোবৰ:–সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাতো শাৰদীয় দুৰ্গা পূজা উপলক্ষে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। প্ৰতিকূল বতৰকো নেওচি নগাঁওবাসী এতিয়া পূজাক লৈ ব্যস্ত। ব্যৱসায় প্ৰতিষ্ঠানত বিশেষকৈ কাপোৰৰ বিপণীত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে।অনলাইন ব্যৱসায়ৰ বাবে একাংশ ব্যৱসায়ী এতিয়া কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে।