নিউজ ব্যুৰ’,নগাঁও,৫ অক্টোবৰ :–অসমবাসীৰ দীৰ্ঘদিনীয়া প্ৰত্যাশাত ছীল মোহৰ মাৰি বৃহস্পতিবাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। অসমীয়াৰ লগতে দেশৰ ৫টা ভাষাক কেন্দ্ৰীয় কেবিনেটে ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰে। ভাষাকেইটা হৈছে-অসমীয়া, মাৰাঠী,পালি,প্ৰাকৃত আৰু বাংলা ভাষা। ইয়াৰ আগেয়ে দেশৰ ৬টা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। এই
Category: Assamese News
প্ৰাগজ্যোতিষ বনিয়াক সভাপতি-জনাৰ্দন গোস্বামী সম্পাদক ৰূপে নতুন সমিতি নিউজ ব্যুৰ’,নগাঁও,৫অক্টোবৰ:–নগাঁও জিলাৰ বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ ঐতিহ্য বহনকাৰী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি”ৰ বহু প্ৰত্যাশিত বিশেষ সাধাৰণ সভাখন অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উৰিয়াগাঁও চকৰ সমীপৰ ভূমি বহিৰাগত বণিক গোষ্ঠীক প্ৰদান কৰি থলুৱা ব্যৱসায়ী তথা ঐতিহ্যমণ্ডিত খেলপথাৰখন নোহোৱা কৰাৰ
আজিৰ দিনটোত দেৱী দুৰ্গাৰ চন্দ্ৰঘণ্টাৰ ৰূপৰ আৰাধনা কৰা হয়। মা চন্দ্ৰঘণ্টাৰ শৰীৰৰ ৰং সোণালী, উজ্জ্বল আৰু তেওঁৰ বাহন সিংহ।
জানো আহক নৱদুৰ্গাৰ দ্বিতীয় ৰূপ মা ব্ৰহ্মচাৰিণীৰ মান্যতাৰ বিষয়ে নৱৰাত্ৰিৰ দ্বিতীয় দিনা মাৰ ব্ৰহ্মচাৰিণী ৰূপৰ উপাসনা কৰা হয়। ইয়াক জ্ঞান, তপস্যা আৰু বৈৰাগ্যৰ দেৱী হিচাপে মনা হয়। কঠোৰ সাধানা কৰাৰ ফলত আৰু ব্ৰহ্মত লীন হৈ থকা বাবে ইয়াক ব্ৰহ্মচাৰিণী কোৱা হয়। বিদ্যাৰ্থীসকলৰ বাবে আৰু তপস্যীসকলৰ বাবে ইয়াৰ পূজা খুব শুভ
যিসময়ত অসম আৰু অসমীয়াৰ অস্তিত্বকলৈ বিভিন্ন সংশয়ৰ অৱতাৰণা হৈছে, তেনে সময়তে ৰাজ্যখনলৈ আহিছে এক সুখবৰ। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে অসমীয়া ভাষাক ধ্ৰুপদী অৰ্থাৎ ক্লাচিকেল ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। (Assamese gets classical language status) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে X-ত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি লিখিছে-“কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন পোৱাৰ পিছত অসমীয়াই