গুৱাহাটী আৰু শোণিতপুৰত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে তিনিজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে৷ প্ৰথমে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীৰ বামুণীমৈদামৰ অসম উচ্ছ মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ‘ছেবা’ৰ কাৰ্যালয়ত অভিযান চলাই হাতে-লোটে দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে৷ ধৃত কৰ্মচাৰী দুজন হৈছে –ছেবাৰ পঞ্জীয়ন বিভাগৰ
Category: Assamese News
ভয়ংকৰ দুৰ্যোগৰ পিছৰে পৰাই নাই যোগাযোগ ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ পিছত তিস্তা নদীৰ ওপৰত থকা বান্ধ ভাঙি যোৱাৰ ফলত উত্তৰ ছিকিমত তিস্তা নদীৰ নামনি অংশত বানপানীৰ সৃষ্টি হয়। ছিকিমৰ বহু অঞ্চলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। এই বানত বহু লোক সন্ধানহীন হয়। কিছু লোকক উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও ১৪২গৰাকী সন্ধানহীন
ছিকিম মণিপাল ইনষ্টিটিউট অব টেকন’লজীত অধ্যয়ন কৰি আছে শ্ৰুতি। ছিকিমত আবদ্ধ অসমৰ কণ্ঠশিল্পী শ্ৰুতি গোস্বামী। শুকুৰবাৰৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ হোৱা নাই শ্ৰুতিৰ। শুকুৰবাৰে বিয়লি পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল বুলি জনায় পৰিয়ালে। ছিকিম মণিপাল ইনষ্টিটিউট অব টেকন’লজী (মাজিটাৰ)ত অধ্যয়ন কৰি আছে শ্ৰুতি। ছিকিমৰ ভয়ংকৰ দুৰ্যোগত আবদ্ধ অসমৰ বহু লোক, শিক্ষাৰ্থী।
আঁঠুৰ বিষত আক্ৰান্ত হ’লে দৈনন্দিন কামকাজত ব্যাঘাত জন্মে৷ আঁঠুৱে শৰীৰৰ গোটেই ভাৰ বহন কৰে৷ জীৱনশৈলীৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ধৰণৰ নতুন শাৰীৰিক সমস্যাই দেখা দিছে৷ ইয়াৰ ভিতৰত আঁঠুৰ বিষো অন্যতম৷ সাধাৰণতে শৰীৰৰ ওজন বৃদ্ধি, বয়স বৃদ্ধি, অত্যধিক পৰিশ্ৰম, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা, শৰীৰত কেলছিয়াম, মিনাৰেলৰ অভাৱ হ’লেও আঁঠুৰ বিষত
বহুতৰে ধাৰণা যে কণীৰ কুহুমে বিভিন্ন ৰোগত আক্ৰান্ত কৰে৷ কিন্তু শেহতীয়া বিভিন্ন গৱেষণাত দেখা গৈছে যে এই ধাৰণা ভুল৷ পুষ্টি বিশেষজ্ঞসকলৰ মতে কুহুমত স্বাস্থ্যকৰ ফেটছ্, ভাল কলেষ্টেৰল থাকে, যিবোৰ উপাদান হৃদযন্ত্ৰৰ বাবে উপকাৰী৷ তদুপৰি প্ৰ’টিনৰ অভাৱ পূৰণ কৰিবলৈ দৈনিক অন্ততঃ কুহুমসহ এটা কণী খাব লাগে৷ কণীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে৷