নিউজ ব্যুৰ’,নগাঁও,২৯ছেপ্টেম্বৰ:–শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম প্ৰতিস্থাপক, পদাধিকাৰ,স্বাধীনতা সংগ্ৰামী তথা লোকসেৱক হলধৰ ভূঞাৰ ১৩২ সংখ্যক জন্মজয়ন্তী শুক্ৰবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ কামপুৰ জিলা শাখাৰ উদ্যোগত পালন কৰা হয়। জন্মজয়ন্তী উপলক্ষে শুক্ৰবাৰে পুৱাৰে পৰা কামপুৰ জিলা শাখা নামঘৰত এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে । কামপুৰ অঞ্চলৰ চাৰিগৰাকী শংকৰীসাধকৰ স্মৃতিচাৰণ অনুস্থান অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱ
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,২৯ছেপ্টেম্বৰ:–নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত তথা বেবেজীয়াৰ সমীপৰ খালৈগাঁৱত বৃহস্পতিবাৰে পশ্চিম নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বুঢ়াগোহাঁই থান প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ব্যৱস্থাপনাত “বিশেষ স্বাস্থ্য মেলা”ৰ আয়োজন কৰা হয়। এই উপলক্ষে শংকৰ মন্দিৰ প্ৰাংগণত আয়োজিত স্বাস্থ্য মেলাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অৰূপ জ্যোতি
কেৰেলাত অসামাজিক কামত লিপ্ত হ’বলৈ বাধ্য কৰোৱা অসমৰ যুৱতীক ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ এই ঘটনাটোৱে প্ৰকৃততে এখন ভয়াৱহ দুনিয়াৰ কথা উদঙাই দিছে ৷ আৰক্ষী তৎপৰ হৈ থকাৰ পিচতো ৰাজ্যত চলি আছে মানৱ সৰবৰাহৰ কাৰবাৰ ৷ কম বয়সীয়া ছোৱালী তথা যুৱতীসকলক এই জালত ফঁচাই ৰাজ্যৰ বাহিৰত তেওঁলোকক অনিচিছাকৃতভাৱে অনৈতিক কামত
একাংশ দুষ্টচক্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰলোভনেৰে অসমৰ যুৱতীক দেশৰ বিভিন্ন ৰাজ্যত লৈ গৈ বিক্ৰী কৰাৰ ঘটনা বহু সময়ৰ পৰা ঘটি আহিছে ৷ অসমৰ যুৱতী মহিলাসকলক বহি:ৰাজ্যত বিক্ৰী কৰাৰ পাচত সেইসকল যুৱতী মহিলাক অসামাজিক কাৰ্যকলাপত লিপ্ত কৰোৱাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈ থকাৰ কথা সৰ্বজনবিদিত ৷ শেহতীয়াকৈ তেনে এক
আঘাত পাইছিল মূৰত কিন্তু চিকিত্সকে কাটিলে পেট। পেটত চিলাইৰ দাগ পোৱাৰ পিছতে নগাঁৱৰ চিকিত্সালয়ত উত্তপ্ত পৰিস্থিতি