Category: Assamese News

ট্ৰেডিং গোচৰত অভিযুক্ত চুমি-তাৰ্কিকক নৈশ আশ্ৰয় দি আটক বোকাখাতৰ যুৱক

ট্ৰেডিং গোচৰত অভিযুক্ত চুমি-তাৰ্কিকক নৈশ আশ্ৰয় দি আটক বোকাখাতৰ যুৱক

ৰাজ্য জোকাৰি যোৱা বিশাল ফুকন আৰু চুমি বৰাৰ ট্ৰেডিং গোচৰৰ তদন্তত অভিযুক্ত চুমি বৰা আৰু তাৰ্কিক বৰাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা বোকাখাতৰ দুই যুৱকক কালি নিশা বোকাখাত আৰক্ষীয়ে আটক কৰি অধিক সোধাপোছাৰ বাবে আজি ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। অভিযুক্ত বোকাখাতৰ মিলনপুৰ গাঁৱৰ চন্দন নাথক নিশা প্ৰথমে আটক কৰাৰ পিছত বোকাখাত লতাবাৰীৰ

চৰাইদেউ জিলাত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা, শান্তিপূৰ্ণভাবে অনুষ্ঠিত কৰাৰ বাবে তৎপৰ জিলা প্ৰশাসন

চৰাইদেউ জিলাত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা, শান্তিপূৰ্ণভাবে অনুষ্ঠিত কৰাৰ বাবে তৎপৰ জিলা প্ৰশাসন

চৰাইদেউ, ১০ ছেপ্টেম্বৰ: চৰাইদেউ জিলাত আগন্তুক ১৫ আৰু ২৯ ছেপ্টেম্বৰ তথা ২৭ অক্টোবৰ তাৰিখে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিতব্য অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়াটি স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু ত্ৰুটিহীনভাবে অনুষ্ঠিত কৰাৰ হকে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতিমূলক পদক্ষেপসমূহ গ্ৰহণ কৰিছে। জিলাখনত অনুষ্ঠিত হ’বলগীয়া এই

কামৰূপ মহানগৰ জিলাৰ ৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

কামৰূপ মহানগৰ জিলাৰ ৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

  গুৱাহাটী,১০ ছেপ্টেম্বৰ: বিশেষ কাৰণত কামৰূপ (মহানগৰ) জিলাত স্থগিত ৰখা শিক্ষক দিৱসৰ কাৰ্যসূচী আজি দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কামৰূপ (মহানগৰ) জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত কেচিঅʼ কৰণ পেগু (Casio karan pegu), বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীৰ উপস্থিতিত আয়োজিত এই শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ ৭

ৰিলচ্‌ প্ৰেমত প্ৰতাৰণা: বিয়া কৰাই এৰি থৈ পলাল পত্নীক: আৰক্ষীক গোচৰ

ৰিলচ্‌ প্ৰেমত প্ৰতাৰণা: বিয়া কৰাই এৰি থৈ পলাল পত্নীক: আৰক্ষীক গোচৰ

সম্প্ৰতিক সময়ত ফেচবুক আৰু ইউটিউবত ৰিলচ্‌ বনাই বহু যুৱক যুৱতীয়ে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে ৷ নিজৰ ইউটিউব চেনেলত ৰিলচ্‌ বনোৱা গোসাইগাঁওৰ মৰিনা খাতুন (২৪) নামৰ এগৰাকী যুৱতীক প্ৰেমৰ চলনাৰে বিয়া পাতি প্ৰতাৰণা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ভুক্তভোগী যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে, ৰুপচী আৰক্ষী চকীৰ অন্তৰ্গত

গোৰেশ্বৰৰ উপৰখুটিত গোৰ্খা জনগোষ্ঠীয় মহিলাসকলৰ দ্বাদশ বাৰ্ষিক তীজ সমাৰোহ উদযাপন

গোৰেশ্বৰৰ উপৰখুটিত গোৰ্খা জনগোষ্ঠীয় মহিলাসকলৰ দ্বাদশ বাৰ্ষিক তীজ সমাৰোহ উদযাপন

গোৰ্খা নাৰী বিকাশ সমিতি, ভোলাঝাৰৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় তীজ সমাৰোহ। তীজৰ নৃত্য-গীতেৰে মুখৰিত হৈ পৰে উপৰখুটিৰ সাৰদা প্ৰাথমিক বিদ্যালয় প্ৰাংগণ। ইপিনে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি উপৰখুটিত উদ্ধোধন কৰা হয় গোৰ্খা নাৰী বিকাশ সমিতি, ভোলাঝাৰৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন। ভৱনটো উদ্ধোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অনুষ্ঠানটোত