Category: Lifestyle

ৰাইজৰ দলৰ মুখপাত্ৰ পদৰ পৰা পদত্যাগ জ্ঞানশ্ৰী বৰাৰ

ৰাইজৰ দলৰ মুখপাত্ৰ পদৰ পৰা পদত্যাগ জ্ঞানশ্ৰী বৰাৰ

◼️ৰাইজৰ দলৰ মুখপাত্ৰ পদৰ পৰা পদত্যাগ জ্ঞানশ্ৰী বৰাৰ◼️জাতীয় নাৰী বাহিনীৰ সভানেত্ৰী পদৰ পৰাও পদত্যাগ জ্ঞানশ্ৰীৰ◼️আজি অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকত পদত্যাগ কৰে ৰাইজৰ দলৰ সক্ৰিয় নেত্ৰীগৰাকীয়ে◼️শেহতীয়াকৈ গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে জ্ঞানশ্ৰী বৰাই

চৰাইদেউৰ ভাৰপ্ৰাপ্ত DTO ৰাজীৱ চন্দ্ৰ বৰদলৈক গ্ৰেপ্তাৰ!

চৰাইদেউৰ ভাৰপ্ৰাপ্ত DTO ৰাজীৱ চন্দ্ৰ বৰদলৈক গ্ৰেপ্তাৰ!

-চৰাইদেউৰ ভাৰপ্ৰাপ্ত DTO ৰাজীৱ চন্দ্ৰ বৰদলৈক গ্ৰেপ্তাৰ-CIDএ গ্ৰেপ্তাৰ কৰে ৰাজীৱ চন্দ্ৰ বৰদলৈক-বৰদলৈৰ বিৰুদ্ধে গাড়ীৰ পঞ্জীয়নৰ নামত দুৰ্নীতিৰ অভিযোগ-CIDৰ তদন্তত পোহৰলৈ আহিছিল এই তথ্য-চৰাইদেউ DTO কাৰ্যালয়ত নথিপত্ৰ পৰীক্ষা কৰিছিল CIDএ-দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিছতে বৰদলৈক গ্ৰেপ্তাৰ

হাজোত লাটমণ্ডলৰ দালাল ধৰণী দাস গ্ৰেপ্তাৰ

হাজোত লাটমণ্ডলৰ দালাল ধৰণী দাস গ্ৰেপ্তাৰ

হাজোত লাটমণ্ডলৰ এটা দালালক গ্ৰেপ্তাৰ৷ গ্ৰেপ্তাৰ হোৱা দালালটো ধৰণী দাস৷ লাট মণ্ডলৰ হৈ দালালি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ দাস৷ লাট মণ্ডল উৎপল কেম্প্ৰাইৰ হৈ দালালি কৰাৰ অভিযোগ!

এতিয়াৰে পৰা মুক্ত শিক্ষাৰ জৰিয়তেও উপলব্ধ হ’ব B.Ed!

এতিয়াৰে পৰা মুক্ত শিক্ষাৰ জৰিয়তেও উপলব্ধ হ’ব B.Ed!

এতিয়াৰে পৰা মুক্ত শিক্ষাৰ জৰিয়তেও উপলব্ধ হ’ব B.Edকৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিঃত উপলব্ধ হ’ব B.Ed ডিগ্ৰীমাধ্যম বিতৰ্ক: আছুৰে পুনৰ আলোচনাৰ পোষকতা শিক্ষা মন্ত্ৰীৰ‘চৰকাৰে শীঘ্ৰে আলোচনালৈ আমন্ত্ৰণ জনাব আছু-এবছুক’

অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

শৰীৰৰ যত্ন লোৱা সহজ নহয়। সুস্থ হৈ থাকিবলৈ প্ৰথমে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰা । শীতকালৰ মানেই ঋতুগত সংক্ৰমণ বৃদ্ধি। বহুলোকে ঋতুগত সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। কিছুমানে ব্যায়াম কৰি সুস্থ হৈ থাকিবলৈ চেষ্টা কৰে। বহুলোকে পুনৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ গাখীৰৰ স’তে কেঁচা