বাজেট: দৰিদ্ৰ জনতাৰ বাবে কি আঁচনি থাকিব; মধ্যবিত্তৰ বাবে কি কি ৰেহাই?
Category: Top News
বিধানসভাৰ তথ্যত ৰাজ্যত উৰ্ধগামী আবকাৰী ৰাজহ। ৰাজ্যত সুৰাপাণ কৰা লোকৰ সংখ্যা বাঢ়িছে বুলি ঠাৱৰ কৰিব পৰাকৈ বিধানসভাত এক তথ্য দিছে আবকাৰী বিভাগে ৷ কংগ্ৰেছ বিধায়ক বসন্ত দাসৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিছে উক্ত বিভাগটোৱে ৷ বিধানসভাত আবকাৰী বিভাগে দাখিল কৰা তথ্য অনুসৰি বৰ্তমান অসমত বিলাতী সুৰাৰ দোকান (
চৰকাৰ-প্ৰশাসনে যিমানেই ঢাক-ঢোল বজালেও এতিয়াও যেন সুৰক্ষাৰ ফালৰ পৰা বহু পিছ পৰি আছে গুৱাহাটী মহানগৰী। কটকটীয়া নিৰাপত্তা বেষ্টনিৰে সজ্জিত মহানগৰীত এতিয়াও ৰাজপথত নিৰাপত্তাহীনতাত একাংশ মহিলা-যুৱতি। আজিৰ পৰা কেইদিন মান পূৰ্বে এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত তেওঁক এজন অচিনাকি লোকে পিছা কৰাৰ তথ্যসহ প্ৰমাণ দিয়াৰ পাছতে পুনৰবাৰ যেন প্ৰমাণিত হৈছে গুৱাহাটী মহানগৰীত
সোমবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজিত হয় অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ( ২০১৮-২০১৯) অনুষ্ঠানত । অনুষ্ঠানত বিভিন্ন কলা – কুশলীৰ লগতে নাহিদেও লাভ কৰে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা। বৰ্তমান নাহিদে লাভ কৰা এই অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈয়ে আৰম্ভ হৈছে বিতৰ্ক । কিন্তু কিয় ? তথ্য অনুসৰি কণ্ঠদান নকৰা গীতৰ
Paper Leak: CIDৰ তদন্ত অব্যাহত আছে, আমি কিছু অপেক্ষা কৰিব লাগিব তদন্তৰ ফলাফলৰ বাবে- শিক্ষামন্ত্ৰী ৰণোজ পেগু