Category: Top News

ৰঙালী বিহুত জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ নাপাব নেকি অনুৰাগীয়ে? চৰ্চাত কেৱল হাৰ্টথ্ৰৱ-

ৰঙালী বিহুত জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ নাপাব নেকি অনুৰাগীয়ে? চৰ্চাত কেৱল হাৰ্টথ্ৰৱ-

বিগত কিছুদিন ধৰি জুবিন গাৰ্গক লৈ ইতিবাচক-নেতিবাচক সকলো মন্তব্যই দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গক আৱেগ বুলিয়ে সকলোৱে গণ্য কৰি আহিছে। সমগ্ৰ অসমবাসীৰ বাবে তেওঁ এনে এজন ব্যক্তি, যাক এবাৰ মাত্ৰ চাবলৈ উৎফুল্লিত হৈ থাকে জনসাধাৰণ। যাৰ উপস্থিতিয়ে সকলোকে সমৃদ্ধ কৰি ৰাখে বুলি বহুতেই ভাবে। ফেচবুক একাউণ্টত নিজস্ব নামবোৰৰ আগত “ZG”

মাৰ্ঘেৰিটাত ড্ৰাগছ আসক্ত ব্যৰ্থ প্ৰেমিকৰ আক্ৰমণত মৃত্যুৰ সৈতি যুঁজিছে প্ৰেমিকাই

মাৰ্ঘেৰিটাত ড্ৰাগছ আসক্ত ব্যৰ্থ প্ৰেমিকৰ আক্ৰমণত মৃত্যুৰ সৈতি যুঁজিছে প্ৰেমিকাই

গুৱাহাটী টাইমছ, ৬ মাৰ্চঃ প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম মানেই ত্যাগ । কিন্তু মাৰ্ঘেৰিটাত প্ৰেমৰ নামত বীভৎসতা। ড্ৰাগছ আসক্ত ব্যৰ্থ প্ৰেমিকৰ আক্ৰমণত যুৱতি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰ। মৃত্যুৰ সৈতে যুঁজি আছে মাৰ্ঘেৰিটাৰ এগৰাকী যুৱতীয়ে । মাৰ্ঘেৰিটাৰ দিহিংৰ আকাশ দত্ত নামৰ যুৱকজনক । কিমান নিৰ্মম হ’লে দাৰে

গুৱাহাটীত পুনৰ নাবালিকাক ধৰ্ষণ; গ্ৰেপ্তাৰ ৪৬ বছৰীয়া অভিযুক্ত লোক

গুৱাহাটীত পুনৰ নাবালিকাক ধৰ্ষণ; গ্ৰেপ্তাৰ ৪৬ বছৰীয়া অভিযুক্ত লোক

গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ পৰা এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ৪৬ বছৰীয়া লোক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এগৰাকী ১৪ বছৰীয়া নাবালিকাক এজন ৪৬ বছৰীয়া লোকে ধৰ্ষণ কৰাৰ বাতৰি পোৱা গৈছে। মহম্মদ বেটন আলী নামৰ লোকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি, কিশোৰীগৰাকী বাসগৃহত অকলে থকাৰ সুযোগতে অভিযুক্ত

টীয়ক প্ৰেছ ক্লাবৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন; ড° অকণ চন্দ্ৰ শইকীয়াক টীয়ক গৌৰৱ বঁটা।

টীয়ক প্ৰেছ ক্লাবৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন; ড° অকণ চন্দ্ৰ শইকীয়াক টীয়ক গৌৰৱ বঁটা।

টীয়ক প্ৰেছ ক্লাবৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি টীয়কৰ শিক্ষক ভৱনত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা স্মৃতি তৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰ্মলেন্দু পাঠক আৰু চক্ৰ বিষয়া সৌভিক ভুঞাই। মুল কাযসূচী উদ্ধোধন কৰে যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্তই। ইয়াৰ পিছতেই সংগীত শিল্পী শিক্ষক অশোক বৰাৰ মঙ্গলাচৰনে সভাৰ

গুৱাহাটী পুনৰ হত্যাকাণ্ড! স্বামীৰ প্ৰহাৰত নিহত হ’ল পত্নী; পলাতক ঘাতক স্বামী

গুৱাহাটী পুনৰ হত্যাকাণ্ড! স্বামীৰ প্ৰহাৰত নিহত হ’ল পত্নী; পলাতক ঘাতক স্বামী

গুৱাহাটী মহানগৰৰ পৰা পোহৰলৈ আহিছে আন এক জঘন্য ঘটনা। যোৱা ৫ মাৰ্চত মহানগৰীৰ ধীৰেণপাৰা অঞ্চলত এজন স্বামীয়ে পত্নীক প্ৰহাৰ কৰি হত্যা কৰা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ ধীৰেণপাৰাt। স্থানীয় লোকৰ মতে স্বামীয়ে পত্নীক আক্ৰমণ কৰে। আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্ত স্বামীৰ নাম নুৰুল