ফাঁচীবজাৰ সাধনা মন্দিৰ প্ৰাংগণত আয়োজিত ‘শ্যাম জয়ন্তী মহোৎসৱ’ত অংশগ্ৰহণ বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ
Category: Top News
উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি মিত্রজোঁটে আশানুৰূপ ফলাফল লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজ্যকেইখনৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ তিনিওখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে গণতন্ত্ৰ আৰু গণতান্ত্রিক প্ৰক্ৰিয়াৰ প্ৰতি জনতাৰ গভীৰ আস্থা
শিলসাঁকোত উচ্ছেদ হোৱা কণমানি নিকক সহায় কৰিবলৈ আধা কঠা মাটি দিবলৈ সাজু সুৰেণ ৰাজবংশী। “উচ্ছেদ হোৱা কণমানি “নিক কলিতা ক কোনোবা সদাসয় ব্যক্তিয়ে যোগাযোগ কৰি দিলে মোৰ ফালৰ পৰা আধা কঠা মাটি দিব পাৰোঁ,” সামাজিক মাধ্যমত পোষ্টযোগে জনালে এই কথা সুৰেণ ৰাজবংশীয়ে। উল্লেখযোগ্য যে, ৰাজবংশী হৈছে গুৱাহাটী মহানগৰ কংগ্ৰেছ সমিতিৰ
Central Board of Secondary Education, CBSE, has declared the result of the 16th edition of the Central Teacher Eligibility Test, CTET, today. CBSE conducted this test in online mode between 28th December last year and the 7th of last month. The result is available at www.ctet.nic.in and www.cbse.nic.in websites. The mark sheets and qualifying
ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱাৰ সময়তো বাৰে বাৰে মহিলাৰ বিৰুদ্ধে অপৰাধ তুংগত উঠিছে। যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ গোচৰবোৰ সদায়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। ঘটনা অনুসৰি ভতিজাক কোনো কামৰ বাবে ৰাজ্যৰ বাহিৰত থকাৰ সুবিধা লৈ এজন খুড়া শহুৰেকে নিজৰ ভতিজাৰ পত্নীক ধৰ্ষণ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে। এই ঘটনা