Category: Top News

মডেল ত্ৰিবেণী বৰ্মন আৰু কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়া বিবাহপাশত আৱদ্ধ!

মডেল ত্ৰিবেণী বৰ্মন আৰু কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়া বিবাহপাশত আৱদ্ধ!

অসমৰ জোঁৱাই হ’ল জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়া,সামাজিক মাধ্যমত ভাইৰেল ফটো তুষাৰক বগা আৰু ত্ৰিবেণীক ৰঙা ৰঙৰ পোছাক পিন্ধি ৰোমান্টিক ভংগীমাত ফটো উঠা দেখা গৈছে। তুষাৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে বিবাহৰ ফটো। তুষাৰ কালিয়া! নামেই যাৰ পৰিচয়। বলীউদৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তথা Khatron Ke Khiladi 12 ৰ বিজয়ী তুষাৰ কালিয়াই

কিমান দিন পিছত সলাব লাগে বিচনাত পৰা চাদৰ; জানক ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণটো

কিমান দিন পিছত সলাব লাগে বিচনাত পৰা চাদৰ; জানক ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণটো

সকলো মানুহে নিশ্চিতভাৱে নিজৰ ঘৰৰ বিচনাত এখন চাদৰ পাৰে। যদিও বিচনাচাদৰে কোঠাটোৰ সৌন্দৰ্য বৃদ্ধি কৰে, কিন্তু যেতিয়া পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথা আহে, খুব কম লোকেই বিচনাচাদৰৰ প্ৰতি মনোযোগ দিয়ে। বেছিভাগ মানুহে বহুদিনৰ পৰা পাৰি থকা বিচনাচাদৰখন লেতেৰা হোৱা দেখিলে সলনি কৰে বা কোঠাটোৰ কিছু পৰিৱৰ্তনৰ বাবে ইয়াক সলনি কৰে। প্ৰকৃততে জনাটো উচিত