Category: Top News

দৰঙৰ কমলা কুঁৱৰী কৃষি পামত ব্যতিক্ৰমী ন-খোৱা উৎসৱ

দৰঙৰ কমলা কুঁৱৰী কৃষি পামত ব্যতিক্ৰমী ন-খোৱা উৎসৱ

গীতে-মাত-কবিতাৰে মুখৰিত এটি জীপাল অনুষ্ঠানৰ পম খেদি এজাক অসমীয়া ডেকা-গাভৰুক লৈ স্বাৱলম্বিতাৰ নিদৰ্শন দৰং জিলাৰ সদৰ মঙলদৈৰ পাৰ্শ্বৱৰ্তী জনৰাম চৌকাস্থিত কমলা কুঁৱৰী জৈৱিক কৃষি পামত আজি অনুষ্ঠিত আঘোণৰ লখিমী আদৰা আৰু ন-খোৱা ব্যতিক্ৰমী অনুষ্ঠানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। কৃষি ক্ষেত্ৰ,কৃষ্টি-সংস্কৃতি, সাহিত্য, সংবাদ মাধ্যম, জাতীয় সংগঠন প্ৰমুখ্যে ভিন্ন ক্ষেত্ৰৰ প্ৰায় আঢ়ৈকুৰি