Category: Top News

গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ উদ্যোগত আলোকচিত্ৰৰ কৰ্মশালা

গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ উদ্যোগত আলোকচিত্ৰৰ কৰ্মশালা

  আজি ইং ২১ ডিচেম্বৰ, 2021 তাৰিখে গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ উদ্যোগত আৰু NIKON ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে গীল্ডৰ প্ৰাঙ্গনত আলোকচিত্ৰৰ কৰ্মশালা এখনি অনুষ্ঠিত কৰা হয়। উক্ত কর্মশালা উদ্বোধন কৰে বিশিষ্ট আলোকচিত্ৰশিল্পী শ্ৰীযুত চাকমল হাজৰিকাদেৱে। উদ্বোধনী সভাখনৰ আগ ধৰে সঞ্জীব গোহাই বৰুৱাদেৱে। সভাত উপস্থিত আছিল গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাস,

সৰিয়হ , মাকৈ খেতিত ব্যস্ত নৈপৰীয়া বহু কৃষক মাজ নিশালৈ ট্ৰেক্টৰৰ ধপ্‌ধপ্‌ শব্দত ৰজনজনাই থাকে খেতিপথাৰ

সৰিয়হ , মাকৈ খেতিত ব্যস্ত নৈপৰীয়া বহু কৃষক মাজ নিশালৈ ট্ৰেক্টৰৰ ধপ্‌ধপ্‌ শব্দত ৰজনজনাই থাকে খেতিপথাৰ

প্ৰেৰক: আব্দুল লতিফ ৷ বৰ্তমান ৰবি শস্যৰ বতৰ ৷ ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে নামনি অসমৰ নৈপৰীয়া অঞ্চলকে ধৰি প্ৰায়ভাগ অঞ্চলতে কৃষকসকল ব্যস্ত হৈ পৰিছে খেতিপথাৰত ৷ অৱশ্যে এতিয়া খেতিপথাৰত দেখিবলৈ পোৱা নাযায় নাঙল-যুৱঁলী ৷ তাৰ বিপৰীতে ট্ৰেক্টৰ, পাৱাৰটিলাৰ আৰু পানী উত্তোলনৰ বাবে ব্যৱহৃত পাম্পছেট মেচিনৰ ধপ্‌ধপ্‌ শব্দই মাজনিশালৈ ৰজনজনাই