গোলাঘাট সত্ৰ ন্যায়ালয়ৰ এম. এইচ. বৰভূঞা বিচাৰপীঠত ইতিমধ্যে অন্ত পৰে কিশোৰীক যৌন নিৰ্যাতন চলোৱা পাঁচজনকৈ লোকৰ বিচাৰ প্ৰক্ৰিয়া । সেই অনুসৰি বগীজান আৰক্ষী থানাৰ 87/19 গোচৰত অভিযুক্ত লক্ষীন্দ্ৰ চৰেং আৰু চুকুৰা মাঝিক বিশ বছৰৰ কাৰাদণ্ড দিয়াৰ লগতে প্ৰতিজনৰ পৰা পাঁচ হাজাৰকৈ জৰিমনা বিহে । দুয়ো এগৰাকী প্ৰায় সাত/আঠ বছৰীয়া কিশোৰী
Category: Top News
ভাৰতত ক’ভিডৰ অ’মিক্ৰণৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বুধবাৰলৈকে এজন ৰোগী থকা তামিলনাডুত এটা দিনতে ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ অৱস্থিতি । আনহাতে মহাৰাষ্ট্ৰত নতুনকৈ ২৩ গৰাকী, কৰ্ণাটকত ১২ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ নতুন প্ৰকৰণৰ অৱস্থিতি । গুজৰাট আৰু দিল্লীত ৭ গৰাকীকৈ লোক নতুনকৈ অ’মিক্ৰণত আক্ৰান্ত হৈছে
জাপি প্ৰস্তুত কৰি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে এগৰাকী মহিলা । আত্মনিৰ্ভৰশীল এই মহিলাগৰাকী হৈছে ৰঙিয়াৰ দিপলাঙৰ হিৰণ কলিতা । মাত্ৰ ১৫ হাজাৰ টকা মূলধনেৰে জাপি প্ৰস্তুত কৰি হিৰণ কলিতাই মাহিলী ৭ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈকে উপাৰ্জন কৰি আহিছে । মহিলা গৰাকীয়ে প্ৰস্তুত কৰা এই জাপি অসমৰ বিভিন্ন ঠাইলৈ যোগান
The Assam assembly was adjourned sine die on Friday at the end of the five-day Winter Session, which was marked with a Lok Sabha speaker addressing the House for the first time in its history. Assembly speaker Biswajit Daimary declared the House adjourned at the end of the session, which
A total of 67 cadres of Dimasa National Liberation Army (DNLA) surrendered by laying down their arms on Thursday in Dhansiripar area of Karbi Anglong district of Assam. The cadres of the banned outfit surrendered in presence of Tuliram Ronghang, Chief Executive Member of Karbi Anglong Autonomous Council among others.