The flood situation in Assam deteriorated on Monday with two persons losing their lives and over 3.63 lakh people suffering in the deluge across 17 districts, an official bulletin said. According to the Assam State Disaster Management Authority (ASDMA), one child each drowned in the floodwaters at Chenga in
Category: Top News
‘‘বিজেপি (BJP) চৰকাৰে আদিবাসী সমাজখনৰ আৰ্থ সামাজিক উন্নয়ন যদি সঁচাকৈয়ে বিচাৰিছে তেন্তে আদিবাসী সকলক জনজাতিকৰণ (tribalism) কৰক ৷’’ এই দাবী উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু আদিবাসী জাতীয় মহাসভাৰ সংগ্ৰামী মঞ্চই । শনিবাৰে দুয়োটা সংগঠনে আয়োজন কৰা যুটীয়া সংবাদমেলত আছাৰ সভাপতি প্ৰদীপ নাগে কয় যে, অসম চৰকাৰ
ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ শিক্ষাৰ্থীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত নহ’ল । তাৰ পৰিৱৰ্তে বিকল্প মূল্যায়ন ব্যৱস্থাৰে অসম মাধ্যমিক শিক্ষা পৰিষদে (SEBA) মেট্ৰিক আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC) উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে । যাক লৈ যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছিল । আনকি
কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ একাধিক গাওঁ বানপানীৰ কবলত। শেহতীয়াকৈ বানপানীত প্লাৱিত হৈছে অঞ্চলটোৰ একাধিক গাওঁ-ৰাজপথ। ৰাজপথ জলমগ্ন হোৱাত ৰাইজৰ যাতায়তত বিপৰ্যয় নমাৰ সমন্তৰালকৈ চৰণীয়া পথাৰ প্লাৱিত হোৱাত পোহনীয়া জীৱকুলৰো ভীষণ খাদ্য সংকট হৈছে। নগৰবেৰাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা-মালিবাৰী গড়কাপ্তানি পকী পথ পানীৰ তলত যাৰ বাবে স্থলপথেৰে যাতায়ত বিশ্চিন্ন
অন্ত পৰিল এক প্রচুৰ সম্ভাৱনাৰ৷ দাওদাওকৈ জ্বলি উঠিল চিতাৰ অগ্ণিশিখা৷ সপোনবোৰ সপোন হৈয়ে ৰ’ল৷ ঢ়কুৱাখনাৰ চিৰপ্রবহমান চাৰিকডীয়া নৈৰ পাৰৰ ৰাজহুৱা শ্মশানত জ্বলি উঠা চিতাৰ জুই দেখি ৰ’ব নোৱাৰিলে তেওঁৰ পৰিয়াল, আত্মীয়–স্বজন আৰু ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ অধ্যাপক তথা ছাত্র–ছাত্রীসকল৷যোৱা ২১ আগষ্টত দিন–দুপৰতে বর্বৰ আক্রমণৰ বলি হৈ চাৰি দিনকৈ ডিব্রুগডৰ এখন ব্যক্তিগত