Category: Top News

২দিনত ৪৬জন এনএলএফবি উগ্ৰপন্থীয়ে আত্মসমৰ্পণ: অসম আৰক্ষী

২দিনত ৪৬জন এনএলএফবি উগ্ৰপন্থীয়ে আত্মসমৰ্পণ: অসম আৰক্ষী

নৱগঠিত বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বডোলেণ্ড (এনএলএফবি)ৰ মুঠ ৪৬ জন সদস্যই দুদিনৰ ভিতৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে আত্মসমৰ্পণ কৰে, বিষয়াসকলে দেওবাৰে কয়।সংগঠনটোৰ ৩২ জন বিদ্ৰোহীয়ে দেওবাৰে অস্ত্ৰ-শস্ত্ৰ নিবাৰণ কৰিছিল, আৰু ১৪ জনে আগদিনা আত্মসমৰ্পণ কৰিছিল, তেওঁলোকে কৈছিল।এমাহৰো কম সময়ৰ ভিতৰত এনএলএফবি উগ্ৰপন্থীৰ এইটো দ্বিতীয় গণ আত্মসমৰ্পণ

এতিয়াও আগ্রাসী মিজোৰ দখলত অসমৰ ১,৫৭৭ হেক্টৰ ভূমি

এতিয়াও আগ্রাসী মিজোৰ দখলত অসমৰ ১,৫৭৭ হেক্টৰ ভূমি

অসমৰ ভূমিত আগ্রাসন চলাই শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য মিজোৰামে বৰাক উপত্যকাৰ হাইলাকান্দি আৰু কাছাৰ জিলাত দখল কৰা ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী৷ বিধানসভাত সোমবাৰে এই তথ্য সদৰী কৰিলে সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকাই৷ বিৰোধীয়ে অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰাৰ অভিযোগেৰে সৰৱ হৈ থকাৰ সময়তে গৃহ বিভাগৰ হৈ আজি

৫ বছৰত ধর্ষণৰ বলি ১৮,৬৯৩গৰাকী শিশু কন্যা–যুৱতী

৫ বছৰত ধর্ষণৰ বলি ১৮,৬৯৩গৰাকী শিশু কন্যা–যুৱতী

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বেটী বচাও অভিযানে দেশৰ প্রতিখন ৰাজ্যত বিশেষ গুৰুত্ব লাভ কৰাৰ সময়তে এনে অভিযানক অস্তিত্বহীন কৰি অসমত বিগত ৫ বছৰত ধর্ষণৰ বলি হৈছে ১৮,৬৯৩গৰাকী শিশু কন্যা–যুৱতী৷ অর্থাৎ বছৰি প্রায় তিনি হাজাৰতকৈ অধিক আৰু প্রায় প্রতিদিনে ১০টাকৈ অধিক ধর্ষণৰ ঘটনা সংঘটিত হৈছে অসমত৷ বিধানসভাত সোমবাৰে এই ভয়ংকৰ তথ্য দাঙি

#Breaking: কথমপি প্ৰাণৰক্ষা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

#Breaking: কথমপি প্ৰাণৰক্ষা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

◾️ কথমপি প্ৰাণৰক্ষা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ◾️ আকাশমাৰ্গতে যান্ত্ৰিক বিজুতি চলন্ত হেলিকপ্টাৰৰ ◾️ বৰঝাৰৰ পৰা তামুলপুৰলৈ উৰা মাৰিছিল কেশৱ মহন্ত ◾️ উৰন্ত অৱস্থাতে যান্ত্ৰিক বিজুতি ঘটে হেলিকপ্টাৰখনৰ ◾️ হেলিকপ্টাৰখনত আছিল কেশৱ মহন্তসহ ৫জন লোক ◾️ বৰঝাৰ বিমানবন্দৰত জৰুৰী অবতৰণ হেলিকপ্টাৰখনৰ