Manipur Chief Minister N. Biren Singh on Friday assured Sushila Pukhrambam of the State, who is a member of the Indian women’s hockey team for the Tokyo Olympics, that she would be appointed in the Sports department on her return. Besides, an incentive of ₹25 lakh would be given to
Category: Top News
Mizoram Chief Minister Zoramthanga on Friday announced that Indian women’s hockey player Lalremsiami would be offered a government job and a plot of land in her hometown by the state government. He said Lalramsiami would also be getting a cash incentive of Rs 25 lakh for her participation at the Tokyo Olympics
বিটিআৰৰ কাৰ্যবাহী সদস্য উইলছন হাজদাই শুকুৰবাৰে হঠাতে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা সদৰস্থিত ১৯৮৬ চনতে স্থাপিত আই টি আই পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে সাংবাদিকক সম্বোধন কৰি কয় বিটিআৰ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ জৰিয়তে আমি এই প্ৰতিষ্ঠানখনক উন্নত মানদণ্ডৰ কৰিবলৈ যত্নপৰ হম। হেৰুৱাই যোৱা গৰিমা আমাৰ চৰকাৰে
ন্যায্য প্রাপ্যৰ দাবীত বুধবাৰে মহানগৰীৰ বেজবৰুৱা চ’ক (গুৱাহাটী ক্লাব ৰ’টাৰী)ত সদৌ অসম মধ্যাহ্ণ ভোজন কর্মচাৰীৰ বেনাৰত ৰন্ধন কর্মচাৰীসকলে প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীৰ অন্তত ৰাজ্য চৰকাৰলৈ প্রেৰণ কৰা অনুৰোধ তথা স্মাৰক–পত্রত কোৱা হয় যে বকেয়া মাননি শীঘ্রে আদায় দিয়া, বাজেটত ৰন্ধন কর্মচাৰীৰ মাননি বৃদ্ধি কৰা, ঘোষিত নূ্যনতম মজুৰিৰ ভিত্তিত ৰন্ধন
ৰাজ্যৰ প্রি–ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্রাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পাছত মাদ্রাছা টেট উত্তীর্ণ কোনো প্রার্থীক শিক্ষক পদত নিযুক্তি দিয়া নহয়৷ বৃহস্পতিবাৰে এই কথা বিধানসভাত স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ প্রশ্ণোত্তৰকালত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰ প্রদান কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে যিহেতু মাদ্রাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ