Category: Top News

ৰাজ্য চৰকাৰে জাৰি কৰা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে নলবাৰীত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰে জাৰি কৰা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে নলবাৰীত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰে জাৰি কৰা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে নলবাৰীত আজি একাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।নলবাৰী কলেজৰ সন্মুখত কলেজ খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে কৰিলে প্ৰতিবাদ  । ৰাজ্য চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে সৰৱ হৈ ছাত্ৰ ছাত্ৰী সকলে  কৰিলে এই প্ৰতিবাদ । ছাত্ৰ ছাত্ৰী

Home delivery of liquor in Assam soon

Home delivery of liquor in Assam soon

The Government of Assam is pondering on a new rule for providing licenses for home delivery of liquor by wine shops in the city of Guwahati. Though, it is not clear how a person can order and also how the state government will deal with the identification of a person

আৰক্ষীত ২৫ সহস্রাধিকক নিযুক্তি দিব চৰকাৰে

আৰক্ষীত ২৫ সহস্রাধিকক নিযুক্তি দিব চৰকাৰে

ৰাজ্যখনত নতুন আউটপোষ্ট, আৰক্ষী থানা স্থাপনৰ লগতে ১০টা কমাণ্ডো বেটেলিয়ন গঠন কৰিব৷ সোমবাৰে সদনত এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বিধায়ক বচিৰ আহমেদ কাছিমীৰ এটা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আৰক্ষীয়ে বর্তমান ৰাজ্যখনত নতুন আউটপোষ্ট স্থাপন, আৰক্ষী থানা স্থাপন, নতুন বেটেলিয়ন গঠন সম্পর্কত পর্যালোচনা কৰি আছে৷