Category: Top News

দুই CRPF জোৱানৰ মাজত গুলীয়াগুলি

দুই CRPF জোৱানৰ মাজত গুলীয়াগুলি

দেওবাৰে নগাঁৱৰ কাতিমাৰী চিআৰপিএফ শিবিৰ(CRPF Camp)ত সংঘটিত হৈছে চাঞ্চল্যকৰ গুলীচালনা(gunfire)ৰ ঘটনা । চিআৰপিএফৰ মাজত হোৱা গুলীচালনাত আহত দুজনকৈ জোৱান । নগাঁৱৰ কাতিমাৰিস্থিত ৩৪ নং চি আৰ পি এফ শিবিৰত সংঘটিত এক গুলীচালনাৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । চিআৰপিএফ শিবিৰৰ দুই জোৱান ত্ৰিপুৰাৰ ৰাজু শীল আৰু বৰপেটাৰ জেহেৰুলে ইছলামৰ মাজত

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব ল’লে সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব ল’লে সৰ্বানন্দ সোণোৱালে

বুধবাৰে কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰা ৪৩গৰাকী মন্ত্রীৰ ভিতৰত ৪১গৰাকী মন্ত্রীয়েই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দায়িত্বভাৰ গ্রহণ কৰে৷ কেৱল সর্বানন্দ সোণোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই সেইদিনা দায়িত্বভাৰ গ্রহণ কৰাৰ পৰা বিৰত থাকে৷ আজি সর্বানন্দ সোণাৱালে কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ লগতে আয়ুষ মন্ত্রালয়ৰ দায়িত্ব গ্রহণ কৰে৷ দায়িত্ব লোৱাৰ দিনা সোণোৱালক