ৰাজ্যৰ প্রি–ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্রাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পাছত মাদ্রাছা টেট উত্তীর্ণ কোনো প্রার্থীক শিক্ষক পদত নিযুক্তি দিয়া নহয়৷ বৃহস্পতিবাৰে এই কথা বিধানসভাত স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷
Category: Top News
শক্তি আৰু পৰিবহণ খণ্ডত জৈৱিক ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে অসম ইথানল উৎসাহন নীতিত৷ ২০২৩ চনৰ ভিতৰত পেট্র’ল–ডিজেলত ২০ শতাংশ ইথানল মিশ্রিত কৰি বিক্রী কৰাৰ
শিৱসাগৰৰ হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ এলিভা বুঢ়াগোঁহাই নামৰ এগৰাকী যুৱতীয়ে চাৰিটাকৈ আহোম যুগৰ অসমৰ প্ৰাচীন কীতিচিহ্ন এটা শিলতে অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।হাঁহচৰা
সদৌ অসম বেচৰকাৰী নৈশ বাছ চালক সকলে গুৱাহাটীৰ ISBTত এখন সবল কমিটি গঠন কৰে। সদৌ অসম বেচৰকাৰী দিবা নৈশ বাছ চালক সন্থা নামেৰে বাছ চালক সকলে এটা সংগঠনৰ জন্ম দিয়ে।
Bodoland Territorial Council(BTC) Executive Member Wilson Hasda on Thursday visited Injot Trust NGO at Rangagaon village, Kokrajhar on the occasion of its foundation day. Speaking on the occasion, Hasda said,