Category: Top News

ৰঙিয়াত মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান

ৰঙিয়াত মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান

ৰিজাউল হাচান, ৰঙিয়া:  ৰাজ্যজুৰি ভুমিকম্পৰ জোকাৰণিয়ে আতংকিত কৰাৰ সময়তে ৰঙিয়াৰ স্বস্তি হস্পিতালত সংঘটিত হৈছে বিৰল ঘটনা । এগৰাকী প্ৰসুতি মহিলাই জন্ম দিলে চাৰিটিকৈ সন্তান । ধুবুৰীৰ এই প্ৰসুতি মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি চিকিৎসালয় খনৰ জ্যেষ্ঠ চিকিৎসক হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আছিল । বুধবাৰে মহিলাগৰাকীয়ে জন্ম দিলে দুজনী কন্যা সন্তানৰ