Category: Top News

ছিকিমৰ নাকু-লাত ভাৰত-চীন সেনাৰ সংঘৰ্ষঃ বহু জোৱান আহত

ছিকিমৰ নাকু-লাত ভাৰত-চীন সেনাৰ সংঘৰ্ষঃ বহু জোৱান আহত

লাডাখৰ এল এ চিত চীন–ভাৰতৰ সেনাই যুদ্ধংদেহি মনোভাব লৈ থকাৰ সময়তে ছিকিমৰ নাকু লা অঞ্চলৰ ওচৰত যোৱা সপ্তাহত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) কাষত শাৰীৰিক বিবাদত জড়িত হয় ভাৰত আৰু চীনৰ সেনা। এই বিবাদত দুয়োপক্ষৰ সৈনিকসকল আহত হোৱাৰ খবৰ আহিছে। তাৎপর্যপূর্ণ যে এল এ চি অতিক্রম কৰি চীনা সেনাই আগ্রাসন চলাবলৈ

বেলতলাৰ জামে মছজিদত অচিনাকি যুৱকৰ দল, পৰিচয় সোধাত পলোৱাৰ চেষ্টা

বেলতলাৰ জামে মছজিদত অচিনাকি যুৱকৰ দল, পৰিচয় সোধাত পলোৱাৰ চেষ্টা

বেলতলাৰ জামে মছজিদত কালি নিশা সৃষ্টি হয় এক উত্তেজনা। এটা ১৫ জনীয়া দলে মছজিদত নামাজ পঢ়াৰ সময়ত প্ৰৱেশ কৰি নামাজত অংশ লয়। কিন্তু নামাজ পঢ়াৰ নীতি-নিয়মৰ বিসংগতি দেখি আন নামাজ পঢ়া লোকসকলৰ সন্দেহ হোৱাত তেওঁলোকৰ পৰিচয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। এনে সময়তে তেওঁলোকে অন্তৰ্ধান হ’বলৈ চেষ্টা কৰে যদিও ৯জন লোকক

RS. 500 CRORE PACKAGE FOR BTR

RS. 500 CRORE PACKAGE FOR BTR

GUWAHATI: Attending the 1st anniversary celebrations of the historic Bodoland Territorial Region (BTR) Accord in Kokrajhar, Assam health, finance and education minister Dr. Himanta Biswa Sarma announced a goodwill package of Rs. 500 Crore for the development or road infrastructure in the BTR. “I am happy to announce here that

কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত গৃহমন্ত্ৰী অমিত শ্বাহ, বিটিআৰবাসীৰ উষ্ম আদৰণি

কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত গৃহমন্ত্ৰী অমিত শ্বাহ, বিটিআৰবাসীৰ উষ্ম আদৰণি

কালি জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰ পিছত আজি কোকৰাঝাৰত উপস্থিত হয় বিজেপিৰ আনগৰাকী শীৰ্ষ নেতা গৃহমন্ত্ৰী অমিত শ্বাহ। ভীষণ কুঁৱলীৰ হেলিকপ্টাৰৰ অৱতৰণত অসুবিধা থকা বাবে মন্ত্ৰীগৰাকী নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ উপস্থিত হয় কোকৰাঝাৰৰৰ গ্ৰীন ফিল্ডত। জনগণৰ বিপুল আদৰণিৰ মাজেৰে মঞ্চলৈ আগবঢ়াই অনা অমিত শ্বাহক আদৰণি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,