Category: Top News
৭৩ তম স্বাধীনতা দিবস উপলক্ষে বৰপেটা জিলাৰ বিভিন্ন ঠাইত নাওখেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ,জানিব পৰা মতে অহা ২০আৰু ২১ তাৰিখে ভেৰাবিঠা বজাৰ(কালদিয়া নদীত) দুদিনীয়াকৈ নাও খেলৰ আয়োজন কৰা হৈছে ,দুটা গ্ৰুপত খেল পৰিচালনা কৰা হব ক আৰু খ ,,,ক গ্ৰুপৰ নাওৰ জোখ ৪৫ হাতৰ পৰা ৫৭ হাতৰ ভিতৰত থকা
যোৰহাটৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত জলসম্পদ মন্ত্ৰীক আছুৰ স্মাৰকপত্ৰ প্ৰদান৷মেলেং ছিগাত এখন শ্লুইছ গেট নিমানৰ মন্ত্ৰীৰ আশ্বাস ৷ যোৰহাট :১০ আগষ্ট:আজি অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক যোৰহাট আৱৰ্ত ভৱনত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰি যোৰহাট বানপানীৰ স্হায়ী সমস্যা আৰু গৰাখহনীয়া সমস্যাৰ স্হায়ী সমাধানৰ
ৰাজ্যখনৰ নিৰ্বাচিত বিধায়ক, চি পি আই (এম) দলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইউচুফ তাৰিগামী অসুস্থ ।অসুস্থ অৱস্থাতে তেখেতক গ্ৰেপ্তাৰ কৰি ৰাখিছে। তেখেতক দেখা কৰিবলৈ আজি ৯ আগষ্ট তাৰিখে কাশ্মীৰলৈ ৰাওনা হৈছিল চি পি আই(এম) ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী। একেই উদ্দেশ্যে কাশ্মীৰলৈ গৈছিল চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজ। কাশ্মীৰৰ