Gossaigaon, June 19:সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (AAMSU) ৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত গোসাঁইগাঁও, সাপকাটা ,ভাওৰাগুৰি আৰু শিমলুটাপু আঞ্চলিক সমিতিৰ উদ্যাগত ৰাজ্যখনত সঘনাই সাংঘটিত হৈ থকা বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ নিষ্পত্তিকাৰণৰ বাবে উক্ত ছাত্ৰসন্থাই এক সজাগতামূলক জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে।ছাত্ৰ সন্থাটোৰ আঞ্চলিক সদস্যবৃন্দৰ লগতে বিশিষ্ঠ নেতাসমূহৰ উপৰিও
Category: Top News
নলবাৰী: ,১২ জুন – সাংবাদিক পৰিষদ অসম’ৰ নলবাৰী জিলাৰ পূৰ্ণাংগ সমিতি গঠনৰ উদ্দেশ্য আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয় । জিলাখনৰ অৰ্ধ শতাধিক সাংবাদিকৰ উপস্থিতিত নলবাৰীৰ চকবজাৰ স্থিত জিলা লেখক সভাৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, অৱসৰী পশু চিকিৎসা ও পালন বিষয়া ডাঃ
কোকৰাঝাৰ জিলাৰ অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত যোৱাকালি সন্ধিয়া গ্ৰেপ্তাৰ দুটা পৃথক অস্ত্ৰধাৰী সংগঠনৰ আত্মসমৰ্পনকাৰী সদস্য৷যোৱাকালি সন্ধিয়া প্ৰায় সাত বজামানত আৰক্ষীয়ে শ্ৰীৰামপুৰ বজাৰত তালাচী চলোৱা সময়তে নাছলাৰ এডুইন মাৰণ্ডি আৰু মুছলিম টাইগাৰ প্ৰটেকশ্বন ফোৰ্চৰ সদস্য ছলিম উদ্দিন শেখক এটা ৭’৬৫ এম এম পিষ্টল,এটা মেগজিন আৰু সাত জাঁই গুলি উদ্ধাৰ কৰে৷প্ৰাপ্ত তথ্য
নগাঁও জিলাৰ জুৰীয়া আমতলাত সমাজত চলি থকা নিষিদ্ধ ড্ৰাগছ আৰু মদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ ৷ দেওবাৰে বিয়লি এক সভা অনুষ্ঠিত কৰি ইয়াৰ বিৰুদ্ধে এক প্ৰবল প্ৰতিবাদৰ বাবে এখন বলিষ্ঠ সমিতিও গঠন কৰি লয় ৰাইজে যাতে কোনো কাৰণতে আমতলা বালুকতিয়া টকৌবাৰি আদি অঞ্চলত এই চক্ৰটো যাতে সোমাই উঠি অহা