Category: Top News

AGP Campaining for Election in everyway possible.

AGP Campaining for Election in everyway possible.

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ প্ৰচাৰো তুংগত উঠিছে ৷ পিছ পৰি ৰোৱা নাই ৰূপহীহাটৰ প্ৰাৰ্থী সকলো ৷ কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত পঞ্চায়তত প্ৰাৰ্থী দিয়াক লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি অগপ দলত যোগদান কৰাক লৈ অংকত খেলিমেলি সৃষ্টি হৈছে কংগ্ৰেছ প্ৰাৰ্থী সকলৰ মাজত ৷ নিৰ্বাচনৰ

বিস্ফোৰণত কপিঁ উঠিল ইন্টাৰচিটি এক্সপ্ৰেছ।

বিস্ফোৰণত কপিঁ উঠিল ইন্টাৰচিটি এক্সপ্ৰেছ।

ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত কঠালগুৰিত ইন্টাৰচিটি এক্সপ্ৰেছত বিস্ফোৰণ হয় গ্ৰেণেড। ৰঙিয়াৰ পৰা ডেকাৰগাঁওলৈ আহি থকা ইন্টাৰচিটি এক্সপ্ৰেছত সন্ধিয়া প্ৰায় ৭ বাজি ৩০ মিনিটত সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণটো। এই গ্ৰেণেড বিস্ফোৰণত প্ৰায় ১০ জন লোক আহত হয়। এই অমানবীয় বিস্ফোৰণ কাণ্ডৰ লগত কোন জড়িত হৈ আছে সেই কথা এতিয়ালৈ

||VIDEO|| নগাঁৱত আলফা(স্বা)ৰ পতাকা উত্তোলন কৰা ঘটনা সন্দৰ্ভত প্ৰাক্তন আলফা সহ দুজনক গ্ৰেপ্তাৰ ৷

||VIDEO|| নগাঁৱত আলফা(স্বা)ৰ পতাকা উত্তোলন কৰা ঘটনা সন্দৰ্ভত প্ৰাক্তন আলফা সহ দুজনক গ্ৰেপ্তাৰ ৷

নগাঁৱত আলফা(স্বা)ৰ পতাকা উত্তোলন কৰা ঘটনা সন্দৰ্ভত প্ৰাক্তন আলফা সহ দুজনক গ্ৰেপ্তাৰ ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধিং ডুমডুমাৰ প্ৰাক্তন আলফা ভাস্কৰ বৰাৰ লগতে পলাশনিৰ নৰেন গোঁহাইক ৷ যোৱা ২৮ নবেম্বৰত আলফাৰ প্ৰতিবাদ দিৱসত নগাঁও চহৰৰ সমীপৱৰ্তী ভোটাইগাঁও খেল পথাৰত আলফা (স্বাধীন)ৰ তিনিখনকৈ পতাকা উৰাইছিল অজ্ঞাত লোকে ৷

এনিমেশ্বন কথাছবি “মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ” ৰ *টিজাৰ* মুকলি

এনিমেশ্বন কথাছবি “মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ” ৰ *টিজাৰ* মুকলি

এনিমেশ্বন কথাছবি “মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ” ৰ *টিজাৰ* মুকলি এনিমেশ্বন কথাছবি ‘মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ’ৰ প্ৰাৰম্ভিক দৃশ্যাংশ(টিজাৰ) আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । ৰমণী চিত্ৰম স্মৃতি ন্যাসৰ প্ৰযোজনাত আৰু ডালিম পাঠকৰ সামগ্ৰিক পৰিকল্পনাত নিৰ্মীয়মাণ অগতানুগতিক কথাছবিখনৰ প্ৰাৰম্ভিক দৃশ্যাংশ শুকুৰবাৰে গুৱাহাটীৰ বেলতলাস্হিত গ্ৰেণ্ড ভবেন্দ্ৰালয় হোটেলৰ ৰঙ্গালয় সভাকক্ষত মুকলি কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানটিত