Category: Top News

নগাঁওত নিৰ্বাচন কেন্দ্ৰীক অভিযোগ- প্ৰতিভিযোগ৷

নগাঁওত নিৰ্বাচন কেন্দ্ৰীক অভিযোগ- প্ৰতিভিযোগ৷

সমগ্ৰ ৰাজ্যৰ লগতে অভিযোগ প্ৰতিভিযোগেৰে উত্তাল হৈ আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁও জিলা ৷ এগৰাকী মহিলাই অগপ দলৰ সভাত অংশগ্ৰহণ নকৰাৰ বাবে ফক্কৰউদ্দিন নামৰ এজন অগপ নেতাই ভাড়াতীয়া গুণ্ডা কাচেম আলিক লগাই প্ৰহাৰ কৰা বুলি অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী চকীত এক গোচৰ তৰে৷অন্যহাতে ড্ৰাগচ্ আসক্ত মহিলা গৰাকীৰ দ্বাৰা কোনো

মৰিগাওঁ বিভিন্ন পঞ্চায়তৰ প্ৰাৰ্থী সকল সাজু হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে।

মৰিগাওঁ বিভিন্ন পঞ্চায়তৰ প্ৰাৰ্থী সকল সাজু হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে।

মৰিগাওঁ বিভিন্ন পঞ্চায়তৰ প্ৰাৰ্থী সকল সাজু হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে।এই ক্ষেত্ৰত বাদ পৰি ৰোৱা নাই নিৰ্দলীয় প্ৰাৰ্থীও।ৰাইজৰ বিপুল আহ্বান ক্ৰমে মৰিগাওঁ তৰাবড়ী পঞ্চায়তৰ সভানেত্ৰীপদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেখা দেৱী সাজু পঞ্চায়ত নিৰ্বাচনৰ বাবে ৷ বিজেপিৰ পৰা টিকত বিচাৰিছল যদিওঁ সেয়া ভাগ্যত নঘটিল।বি জে পি ৰ পৰা টিকট নোপোৱাত তেওঁ হাৰ

৪৮ বছৰীয়া ৰাজা আৰু নাই।

৪৮ বছৰীয়া ৰাজা আৰু নাই।

চিৰিয়াখানাৰ আটাইতকৈ বয়সস্থ বাসিন্দা ৰাজাৰ আজি পুৱা মৃত্যু হয়। কিন্তু কোন এই ৪৮ বছৰীয়া ৰাজা? আচলতে ৰাজা আন কোনো নহয়,অসম ৰাজ্যিক চিৰিয়াখানাৰ আটাইতকৈ বয়সস্থ বাসিন্দাই হল ৰাজা নামৰ এই জলহস্তীটো। ১৯৭৪ চনত ৪ বছৰ বয়সত ৰাজাক আমেৰিকাৰ পৰা আনি অসম ৰাজ্যিক চিৰিয়াখানাত ৰখা হৈছিল। কিন্তু আজি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়

নগাওঁ জিলাত দুই মহিলাই কেৰুণ লগাইছে ভোটাৰ ৰাইজৰ মাজত ৷

নগাওঁ জিলাত দুই মহিলাই কেৰুণ লগাইছে ভোটাৰ ৰাইজৰ মাজত ৷

প্ৰথম পয্যাৰ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে বটদ্ৰৱা বিধান সভা সমষ্টিৰ ১০ নং হাতীচোং জিলা পৰিষদ সমষ্টিৰ বাবে অগপৰ প্ৰাৰ্থীত্ব গ্ৰহণ কৰি মনোনয়ন দাখিল কৰে সমষ্টিটোৰ বিজেপিৰ মহিলা নেত্ৰী তথা দলংঘাট মণ্ডলৰ মহিলা মৰ্চ্চাৰ সভানেত্ৰী অৱন্তী দেৱীয়ে ৷ অথচ  আজি কেইদিনমান আগতে এইগৰাকী অৱন্তী দেৱীকেই স্কুটিৰ পিছৰ আসনত বহুৱাই লৈ বিধায়িকা আঙুৰলতা

APSCত উজলিল নগাঁৱৰ শেনচোৱাৰ পল্লৱজ্যোতি নাথ।

APSCত উজলিল নগাঁৱৰ শেনচোৱাৰ পল্লৱজ্যোতি নাথ।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ শেনচোৱাৰ পল্লৱ জ্যোতি নাথে ৩০ সংখ্যক স্থান অধিকাৰ কৰি অসম প্ৰশাসনিক সেৱালৈ উৰ্ত্তীণ হোৱা বাতৰিয়ে শেনচোৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অঞ্চলৰ ৰাইজক উৎফুল্লিত কৰি তুলিছে। লগতে অঞ্চলটোৰ ৰাইজে ফুলাম গামোচা আৰু ফুলৰ থোপাৰে পল্লৱজ্যোতি নাথক উষ্ম অভিনন্দন জনায়।