আজি আকৌ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত অখিল গগৈৰ সংবাদ মেল। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে কৃষক নেতা অখিল গগৈয়ে। “অসমীয়া মানুহৰ শংকা কেবল বাংলাদেশীৰ ওপৰত, কিন্তু বাংলাদেশীৰ নাম কৰ্তন কৰিলে সমাধান নহয় সমস্যাৰ। পাছপ’ৰ্ট সম্পৰ্কীয় বিধি জাননী বাতিল নহ’লে জীয়াই নাথাকিব অসমীয়া জাতি।” এনেধৰণৰ বহু গুৰুত্বপূৰ্ণ
Category: Top News
সমগ্ৰ ৰাজ্যৰ লগতে অভিযোগ প্ৰতিভিযোগেৰে উত্তাল হৈ আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁও জিলা ৷ এগৰাকী মহিলাই অগপ দলৰ সভাত অংশগ্ৰহণ নকৰাৰ বাবে ফক্কৰউদ্দিন নামৰ এজন অগপ নেতাই ভাড়াতীয়া গুণ্ডা কাচেম আলিক লগাই প্ৰহাৰ কৰা বুলি অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী চকীত এক গোচৰ তৰে৷অন্যহাতে ড্ৰাগচ্ আসক্ত মহিলা গৰাকীৰ দ্বাৰা কোনো
মৰিগাওঁ বিভিন্ন পঞ্চায়তৰ প্ৰাৰ্থী সকল সাজু হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে।এই ক্ষেত্ৰত বাদ পৰি ৰোৱা নাই নিৰ্দলীয় প্ৰাৰ্থীও।ৰাইজৰ বিপুল আহ্বান ক্ৰমে মৰিগাওঁ তৰাবড়ী পঞ্চায়তৰ সভানেত্ৰীপদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেখা দেৱী সাজু পঞ্চায়ত নিৰ্বাচনৰ বাবে ৷ বিজেপিৰ পৰা টিকত বিচাৰিছল যদিওঁ সেয়া ভাগ্যত নঘটিল।বি জে পি ৰ পৰা টিকট নোপোৱাত তেওঁ হাৰ
চিৰিয়াখানাৰ আটাইতকৈ বয়সস্থ বাসিন্দা ৰাজাৰ আজি পুৱা মৃত্যু হয়। কিন্তু কোন এই ৪৮ বছৰীয়া ৰাজা? আচলতে ৰাজা আন কোনো নহয়,অসম ৰাজ্যিক চিৰিয়াখানাৰ আটাইতকৈ বয়সস্থ বাসিন্দাই হল ৰাজা নামৰ এই জলহস্তীটো। ১৯৭৪ চনত ৪ বছৰ বয়সত ৰাজাক আমেৰিকাৰ পৰা আনি অসম ৰাজ্যিক চিৰিয়াখানাত ৰখা হৈছিল। কিন্তু আজি বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়
প্ৰথম পয্যাৰ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে বটদ্ৰৱা বিধান সভা সমষ্টিৰ ১০ নং হাতীচোং জিলা পৰিষদ সমষ্টিৰ বাবে অগপৰ প্ৰাৰ্থীত্ব গ্ৰহণ কৰি মনোনয়ন দাখিল কৰে সমষ্টিটোৰ বিজেপিৰ মহিলা নেত্ৰী তথা দলংঘাট মণ্ডলৰ মহিলা মৰ্চ্চাৰ সভানেত্ৰী অৱন্তী দেৱীয়ে ৷ অথচ আজি কেইদিনমান আগতে এইগৰাকী অৱন্তী দেৱীকেই স্কুটিৰ পিছৰ আসনত বহুৱাই লৈ বিধায়িকা আঙুৰলতা