গহপুৰ সমষ্টিৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭খন গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বৰ পদৰ বাবে আজি বিজেপিৰ ১৭০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বহু সংখ্যক সমৰ্থকে শ্লোগান বিজেপিৰ সমৰ্থনত দিয়ে। গহপুৰত সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু পৰ্যবেক্ষক অমিয় কুমাৰ ভূঞা উপস্থিত থাকে।
Category: Top News
?নগাঁৱৰ বেবেজীয়াত ট্ৰেভেলাৰ- অাই-২০ৰ মুখামুখি সংঘৰ্ষ ?গুৰুতৰভাৱে আহত কেইবাজনো যাত্ৰী নগাঁও জিলাৰ বিৰহ বেবেজীয়াৰ ৩০খন বিছনাযুক্ত চিকিৎসালয়ৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এছ-০২ ই-৭৩৩৬ নম্বৰৰ ট্ৰেভেলাৰ অাৰু গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এ এছ-০১ বি পি-৭৮৭৭ নম্বৰৰ অাই-২০ গাড়ীৰ মাজত হোৱা
অন্যান্য প্ৰান্তৰ লগতে বুধবাৰে নগাঁৱতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিশু দিৱস উদযাপন কৰে । নগাঁও আইন মহাবিদ্যালয় ছাত্ৰ একতা সভাই দক্ষিণ হয়বৰগাঁৱৰ কলংপাৰ প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন কৰাৰ বিপৰীতে নগাঁও জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতি আৰু ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়েও বিস্তৃত কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰে । এই উপলক্ষে শিশুৰ মাজত
পঞ্চায়ত নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ নগাৱঁৰ কঢ়ালিগাঁৱত। কলিয়াবৰ জিলা বিজেপি সভাপতিৰ বাসগৃহত দুৰ্বৃত্তৰ তাণ্ডৱ। অগ্নিসংযোগ কৰিলে সভাপতি অনিল শইকীয়াৰ বাহনত। সম্পূৰ্ণ ৰূপে ভস্মীভূত AS-01Y-5133 নম্বৰৰ বলেৰ খন। দুৰ্বৃত্তই সভাপতি জনৰ আনখন স্কৰপীয় বাহনটো অগ্নিসংযোগৰ চেষ্টা। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা অব্যাহত চামগুৰি আৰু পুৰণিগুদামত। জুৰীয়াৰ পৰা পদুম