Category: Top News

গহপুৰ ৰে’ল ষ্টেচনত আবকাৰী বিভাগে জব্দ কৰে অৰুনাচলী সুৰা ।

গহপুৰ ৰে’ল ষ্টেচনত আবকাৰী বিভাগে জব্দ কৰে অৰুনাচলী সুৰা ।

গহপুৰ ৰে’ল ষ্টেচনত আবকাৰী বিভাগে জব্দ কৰে অৰুনাচলী সুৰা । গহপুৰত আবকাৰী বিভাগে অভিযান চলাই অভিযানত জব্দ কৰে বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা ।গোপন সূত্ৰৰ পম খেদি গহপুৰ ৰেল ষ্টেছনৰ পৰা জব্দ কৰে ৩০ হাজাৰ টকা মূল্যৰ ২০ কাৰ্টন অৰুণাচলী সুৰা । গহপুৰৰ পৰা মাধৱ শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

বিজেপি নেতা ৰূপম গোস্বামীক সকীয়নি ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বৰ।

বিজেপি নেতা ৰূপম গোস্বামীক সকীয়নি ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বৰ।

বিজেপি নেতা ৰূপম গোস্বামীক সকীয়নি ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বৰ। শেহতীয়াকৈ এক সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন জনাবলৈ গৈ ৰূপম গোস্বামীয়ে বড়ো-ৰাভাও বাংলাদেশৰ পৰা অহা বুলি মন্তব্য কৰিছিল। এই মন্তব্যৰ বাবেই ৰূপম গোস্বামীক ওভতি ধৰিলে ৰাভা ছাত্ৰ সন্থাই। তাৰ পিছতে সংবাদ মাধ্যম যোগে নিজৰ ভূল স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰিলে বি

যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ লৈ সমদল ৷

যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ লৈ সমদল ৷

ৰূপহী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ লৈ সমদল ৷ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা বলবৎ কৰাৰ দাবীত নগাঁও জিলাৰ ৰূপহীহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূপহী আঞ্চলিক সমিতিৰ উদ্যোগত আজি জোঁৰ লৈ এক বিশাল সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই বিশাল সমদলে কপাই তোলে ৰূপহীৰ আকাশ বতাহ ৷ জুৰীয়াৰ পৰা পদুম

মাফিয়া লোকমান আলিক গ্ৰেপ্তাৰ ।

মাফিয়া লোকমান আলিক গ্ৰেপ্তাৰ ।

?নগাঁৱৰ কুখ্যাত ড্ৰাগচ মাফিয়া লোকমান আলিক গ্ৰেপ্তাৰ । ?নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে ম’হখুলিত কৰায়ত্ত কৰে কুখ্যাত ড্ৰাগচ মাফিয়াটৌক । ?নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ২৪৩/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ । ?দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল লোকমান আলি । ?নগাঁও চহৰৰ থানাৰোডত অবৈধ ড্ৰাগচ এজেন্সিৰে লোকমান আলিয়ে চলাই

আজি অভি-নীল হত্যাকাণ্ডৰ ৪৭ অভিযুক্তক পুনৰ নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। পুনৰ পৰৱৰ্তী শুনানি ১ডিচেম্বৰত।

আজি অভি-নীল হত্যাকাণ্ডৰ ৪৭ অভিযুক্তক পুনৰ নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। পুনৰ পৰৱৰ্তী শুনানি ১ডিচেম্বৰত।

ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ৪৭ জন অভিযুক্তক ১০অক্টোবৰ ত নগাঁৱৰ জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিছত আজি পুনৰ তেওঁলোকক হাজিৰ কৰোৱা হয় নগাওঁ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত । প্ৰথমে ১৮ ছেপ্তেম্বৰত নগাওঁ আদালতত অভিযুক্ত সকলক হাজিৰ কৰোৱা হৈছিল আৰু তাৰ পিছত ১০অক্টোবৰত নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়ধীশ