25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

কেৱল শিলসাকোতে নহয় দীপৰ বিলতো চলিব অভিযান …

Assamese Newsকেৱল শিলসাকোতে নহয় দীপৰ বিলতো চলিব অভিযান ...

জিঞ্জাৰ, টেনিচ কৰ্ট, অমিয় কুমাৰ দাস প্ৰতিষ্ঠানত চলিব উচ্ছেদ ৷ এয়াই নহয় একেদৰে উচ্ছেদ চলিব বদৰুদ্দিন আজমলৰ ভূমিত ৷ এমাহ, দুমাহৰ ভিতৰত শিলসাকো বেদখল মুক্তৰ লক্ষ্য চৰকাৰৰ ৷

বুধবাৰে মুখ্যমন্ত্ৰীৰ ঘোষণা কৰাৰ পিছতে উচ্ছেদ চলিল কোচ ৰাজবংশীৰ কাৰ্যালয় চিলাৰায় ভৱনত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ভৱনটোৰ আধাৰশিলা আৰু মুকলি কৰিছিল ৷ গগৈ আমোলাত মুকলি কৰা ভৱনটো উচ্ছেদকলৈ প্ৰতিক্ৰিয়া কোচ ৰাজবংশীৰ ৷ ২০০৯ ৰ পৰা ২০১৫ চনৰ ভিতৰত অধিক দখল হৈছিল শিলসাকোৰ ভূমিৰ ৷ মূলত কংগ্ৰেছ চৰকাৰৰ দিনত একাংশই দখল কৰিছিল বিলৰ ভূমি ৷ এজনে ভূমি লোৱাই নহয় দহজনক বিক্ৰী কৰিছিল এনে বিল ভূমি ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বেদখল ভূমিৰ বিৰুদ্ধে কঠোৰ হোৱা মুখ্যমন্ত্ৰীৰ দাবী মাথোন শিলসাকোতে নহয় দীপৰ বিলতো চলিব অভিযান ৷ বিজেপি চৰকাৰৰ দিনত কোনো লোকৰ প্ৰতি মায়ামোহ নথকা বুলি দাবী কৰা মুখ্যমন্ত্ৰীৰ উল্লেখ মহানগৰবাসীৰ জনস্বাস্হ্যৰ প্ৰতি অহা ভাবুকিৰ বাবে এনে কাম কৰিবলৈ বাধ্য ৷ যাতে ৫ বছৰ হ্ৰাস নহয় মহানগৰবাসীৰ আযুস৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!