fbpx

বিজেপিত যোগদান কৰিব বাঁহী বাদক দীপক শৰ্মাই

গুৱাহাটী: বিজেপিত যোগদান কৰিব বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাই।

আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাঁহী বাদকগৰাকীয়ে মঙলবাৰে বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

বিজেপিৰ এক সূত্ৰই সদৰী কৰিছে এই খবৰ।

error: Content is protected !!
%d bloggers like this: