মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস GTM Desk November 18, 2023 Assamese News মহানগৰীৰ নুনমাটিৰ বি জি তিনিআলিত চুৰিকাণ্ড। এজন লোকৰ পৰা ২ চোৰে থপিয়াই নিলে ম’বাইল ফোন। অৱশ্যে আৰক্ষীয়ে আটক কৰে ২ চিলনী চোৰক। ধৃত চোৰ দুটা বিমল শ্বাহা আৰু সঞ্জীৱ দাস। Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram