22.3 C
Assam
Sunday, May 29, 2022

Featured News

AHSEC releases reschedule dates for HS First-year students; to start from June 6

The Assam Higher Secondary Education Council (AHSEC)...

Centre releases Rs 324 crore advance from SDRF for flood-hit Assam

The Central government has released an advance...

সৰ্থেবাৰী গোমুৰাত অঘটন: ছিপ লৈ থকা অৱস্থাত উদ্ধাৰ প্ৰিয়ংকা মেধী !

Assamese Newsসৰ্থেবাৰী গোমুৰাত অঘটন: ছিপ লৈ থকা অৱস্থাত উদ্ধাৰ প্ৰিয়ংকা মেধী !

ৰবিউল ইছলাম, ভক্তৰডবা

আজি দুপৰীয়া ৩ বজাত ছিপ লৈ থকা অৱস্থাত উদ্ধাৰ সৰ্থেবাৰীৰ গোমুৰাৰ কুমুদ মেধিৰ জীয়ৰী প্ৰিয়ংকা মেধী |

লগে লগে সৰ্থেবাৰী ৩০খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসাল লৈ যোৱা হয় যদিও ডক্তৰে মৃত বুলি ঘোষনা কৰে |

ইতিমধ্যে সৰ্থেবাৰীৰ আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত আৰু মৃত প্ৰিয়ংকা মেধিক সৰ্থেবাৰী থানালৈ লৈ যায় |

জানিব পৰা মতে অহাকালি পুৱাৰ ভাগত বৰপেটাৰ মেডিকেলৰ মৰ্গলৈ প্ৰেৰন কৰিব

মৃত্যুৰ কাৰন এতিয়াও ৰহস্যৰ আৰত আছে |

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: