22.5 C
Assam
Saturday, May 28, 2022

Featured News

Centre releases Rs 324 crore advance from SDRF for flood-hit Assam

The Central government has released an advance...

BTC EM Wilson Hasda meets Comedy King Johny Lever; shares experience

Bodoland Territorial Coumcil(BTC) Executive Member(EM) Wilson Hasda...

আলফা(স্বা)লৈ গুৱাহাটীৰ উজানবজাৰ খাৰঘুলিৰ দুই যুৱতী

Assamese Newsআলফা(স্বা)লৈ গুৱাহাটীৰ উজানবজাৰ খাৰঘুলিৰ দুই যুৱতী

সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা(স্বা) আৰু চৰকাৰৰ শান্তি আলোচনাৰ চৰ্চা অব্যাহত থকা সময়তে এইবাৰ আলফা(স্বা)ত যোগদান দুগৰাকী যুৱতীৰ!গুৱাহাটীৰ দুই যুৱতী আলফা(স্বা)ত যোগদান কৰাৰ কথা বৃহস্পতিবাৰে পোহৰলৈ আহিছে।প্ৰাপ্ত খবৰ অনুসৰি আলফাত যোগ দিয়াৰ সন্দেহ কৰা যুৱতী দুগৰাকী খাৰঘুলি জয়পুৰৰ ক্ৰমে স্বৰস্বতী দাস আৰু ৰুমী ডেকা বুলি জানিব পৰা গৈছে।

গুৰুত্বপূৰ্ণ কথা এই যে ,যুৱতী দুগৰাকী ইতিমধ্যে আলফা(স্বা) শিবিৰত উপস্থিত হোৱা বুলিও এক খবৰ ওলাইছে।যোৱা মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুয়োগৰাকী যুৱতী।
উল্লেখ্য যে সৰস্বতী দাস ফাঁচী বজাৰৰ এখন দোকানত কাম কৰিছিল।ডিব্ৰুগড়ৰ বান্ধবীৰ ঘৰলৈ যাওঁ বুলি ওলাই গৈছিল সৰস্বতী।তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল ।

ইফালে যুৱতী দুগৰাকী আলফা (স্বা)ত যোগদান কৰিছে নে নাই সেই কথা বর্তমানলৈ আনুষ্ঠানিক ভাৱে সংগঠনটোৱে প্ৰকাশ কৰা নাই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: