শীতৰ আগমনৰ লগে লগে জ্বৰ–চৰ্দি–কাহ হৈছে নেকি? আৰম্ভণিতে ঔষধ নহয়, ব্যৱহাৰ কৰক এই ঘৰুৱা উপায়

শীতৰ আগমনৰ লগে লগে জ্বৰ–চৰ্দি–কাহ হৈছে নেকি? আৰম্ভণিতে ঔষধ নহয়, ব্যৱহাৰ কৰক এই ঘৰুৱা উপায়

ঋতু পৰিৱৰ্তনৰ এই সময় আমাৰ শৰীৰৰ বাবে মাৰাত্মক ক্ষতিকাৰক! জ্বৰ–চৰ্দি–কাহ আদিয়ে আমাৰ শৰীৰক ব্যতিব্যস্ত কৰি তোলে। শৰীৰ ক্লান্ত, ভোক নলগা, কাম কৰাৰ শক্তি নাইকীয়া হয়! এনে অৱস্থাত চিকিৎসকৰ কাষ চাপিলে আপোনাক দিব এণ্টিবায়টিক! কিন্তু চিকিৎসকক দেখুওৱাৰ পূৰ্বে আপুনি কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰে।

 

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

GTM Desk

Related