26.5 C
Assam
Tuesday, March 28, 2023

Featured News

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest...

আন এক নৃশংস হত্যাকাণ্ডঃ বেগত ভৰাই আনিলে চিন্ন মুণ্ড

Assamese Newsআন এক নৃশংস হত্যাকাণ্ডঃ বেগত ভৰাই আনিলে চিন্ন মুণ্ড

ৰাজ্যত সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড। এজন ব্যক্তিয়ে আন এজন ব্যক্তিক হত্যা কৰি মুণ্ড লৈ আহি থকা অৱস্থাত আটক কৰা হৈছে এজনক।

এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ টীয়কত। টীয়কৰ লাহদৈগড় আৰক্ষীয়ে আটক কৰিছে লোকজনক। হত্যাকাৰী লোকৰজনে এটা বেগত ভৰাই আনিছিল মুণ্ডটো।

আৰক্ষীয়ে লগে লগে আটক কৰে হত্যাকাৰীলোকজনক। জানিব পৰা মতে মুণ্ড লৈ আহি থকা লোকজনৰ নাম লোহিত গগৈ। আৰক্ষীয়ে আটক কৰি ঘটনা সন্দৰ্ভত সোধপোচ অব্যাহত ৰাখিছে।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!