নতুন শিক্ষানীতিৰে আজিৰে পৰা আৰম্ভ হ’ল মেট্ৰিক পৰীক্ষা।
মেট্ৰিক পৰীক্ষাত বহিল ১ লাখ ৯৪ হাজাৰ ৫৪জন ছাত্ৰ। বিপৰীতে ২ লাখ ২৮ হাজাৰ ১২০গৰাকী ছাত্ৰী বহিল পৰীক্ষাত।
পৰীক্ষাকেন্দ্ৰ সমূহত কটকটীয়া নিৰাপত্তা, CCTV কেমেৰা স্থাপন।