Lachit Divas celebrated in Juriya, Nagaon.

Lachit Divas celebrated in Juriya, Nagaon.

দেশৰ অন্যান্য প্ৰান্তৰৰ লগতে নগাঁও জিলাৰ জুৰীয়াতো উদযাপন কৰা হয় লাচিত দিৱস ৷ জুৰীয়া চাৰিআলি স্থিত বীৰ লাচিতৰ প্ৰতিৰ্মূৰ্ত্তিৰ তলত বহু লোক সমাবেত হৈ বীৰ লাচিতৰ প্ৰৰ্তিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে দিনটোৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জুৰীয়া আঞ্চলিক , জুৰীয়া শাখা আঞ্চলিক ছাত্ৰ সন্থা , অগপৰ নেতৃবৃন্দও উপস্থিত থাকে ৷ সমাজকৰ্মী লোকনাথ বৰা আৰু প্ৰাক্তন নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি উৎপল বৰাই লাচিত দিৱসৰ তাৎপৰ্য্য বাখ্যা কৰে ৷

 

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.