Major Fire Breaks Out in Guwahati

Major Fire Breaks Out in Guwahati

মহানগৰীৰ পানবজাৰস্থিত হোটেল ৰিয়েল্টোত হঠাৎ সংঘটিত হয় অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড হোৱা বুলি সন্দেহ কৰা হয়। হোটেলৰ ৰান্ধনীশালৰ পৰা জুইৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহনে চেষ্টা চলাই নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ ।ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam