মিৰ্জাত ট্ৰেডিঙৰ নামত তিনিজন মহা প্ৰৱঞ্চকৰ লুণ্ঠন

মিৰ্জাত ট্ৰেডিঙৰ নামত তিনিজন মহা প্ৰৱঞ্চকৰ লুণ্ঠন

টাইটান কেপিটেল নামৰ ট্ৰেডিং কোম্পানীৰে লুণ্ঠন কেইবা শতাধিক বিনিয়োগকাৰীক

সুৰেশ মেধি, নিৰঞ্জন মালাকৰ আৰু ভাস্কৰ কলিতা নামৰ তিনিজন প্ৰৱঞ্চকে লুটিলে কোটি কোটি টকা

Shahnawaz Hamza