38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

মৰিগাঁৱৰ মিলনপুৰত ড্ৰাগছ লৈ থকা অৱস্থাত তিনি যুৱকক স্থানীয় ৰাইজে ধৰি চমজায় দিয়ে আৰক্ষীক

Assamese Newsমৰিগাঁৱৰ মিলনপুৰত ড্ৰাগছ লৈ থকা অৱস্থাত তিনি যুৱকক স্থানীয় ৰাইজে ধৰি চমজায় দিয়ে আৰক্ষীক

মৰিগাঁৱৰ মিলনপুৰত ড্ৰাগছ লৈ থকা অৱস্থাতে আজি পুৱাই মিলনপুৰ হিলফুল যুৱ সিমিতিয়ে তিনিজনকৈ ড্ৰাগছ আসক্ত যুৱকক হাতেলুতে ধৰিবলৈ সক্ষম হয় যদিও কেইবাজনো যুৱক পলায় যায়।
উদ্ধাৰ হোৱা যুৱক কেইজন ক্ৰমে ৰাজিবুল হুছেইন ,জমিৰ হুছেইন আৰু বাহাৰুল ইচলাম বুলি জানিৱ পৰা গৈছে ৷
বিশেষকৈ মিলনপুৰ হিলফুল যুৱ সিমিতিৰ সদস্য সকলে বহু দিনৰ পৰাই ড্ৰাগছৰ বিৰুদ্ধে মাত মাতি আহিছে।
আনহাতে আৰক্ষী খৱৰ দিয়া মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ যুৱক তিনিজনক সদৰ থানালৈ লৈ যায় ৷
ড্ৰাগছ আসক্ত ৰাজিবুল হুছেইনে দিয়া ভাষ্য অনুসৰি মৰিগাঁও সদৰ থানাৰ নিকতৱৰ্তী পছতীয়াৰ লক্ষী নামৰ দোকানীজনৰ পৰা তেঁওলোকে ড্ৰাগছ ক্ৰয় কৰাৰ কথা উল্লেখ কৰিছে। ড্ৰাগছ ব্যৱসায়িক লক্ষীৰ ওপৰত মৰিগাঁও আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে হ’ব লক্ষণীয়….

মৰিগাঁও পৰা মনোৰঞ্জন মহন্ত

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!