32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

পবিত্ৰ হজ যাত্ৰাৰ বাবে সাজু গোঁসাইগাঁৱৰ 35 গৰাকীকৈ যাত্ৰী।

Assamese Newsপবিত্ৰ হজ যাত্ৰাৰ বাবে সাজু গোঁসাইগাঁৱৰ 35 গৰাকীকৈ যাত্ৰী।

আৰম্ভ হ’ল ইছলামধৰ্মীয় লোকসকলৰ পবিত্ৰ হজ যাত্ৰা। বৰঝাৰ বিমানবন্দৰৰ পৰা আন্তৰাষ্ট্ৰীয় বিমান যোগে পবিত্ৰ মদিনালৈ যাত্ৰা কৰাৰ উদ্দেশ্যে অসমৰ বহুকেইখন জিলাৰ প্ৰায় 6402 গৰাকী হজযাত্ৰী সাজু হৈছে। ৰাজ্যৰ ভিন্ন জিলাৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ পৰাও পুৰুষ মহিলাকে ধৰি ৩৫ গৰাকী যাত্ৰীৰ পবিত্ৰ মদিনালৈ যোৱাৰ প্ৰস্তুতি প্ৰায় সম্পন্নৰ। ইয়াৰে ৩০ গৰাকী পুৰুষ আৰু বাকী ৫ গৰাকী মহিলা। উক্ত কাৰ্যসূচীক কেন্দ্ৰ কৰি গোঁসাইগাঁও হজ কমিটিৰ উদ্যোগত আজি গোঁসাইগাঁও জমে মছজিতত আয়োজন কৰা হয় এখন অনুশীলনমূলক শিবিৰ। শিবিৰখনৰ মহকুমাৰ ভিন্ন প্ৰান্তৰ হজীয়ে অংশগ্ৰহণ কৰি যাত্ৰীসকলক বিশেষ সম্ভৰ্ধনা জ্ঞাপন কৰাৰ পিছমুহূৰ্তত অনুষ্ঠানিকভাৱে বিদায় দিয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!