38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

11KV বৈদ্যুতিক তাঁৰত স্পৰ্শ কৰি আত্মহননৰ চেষ্টা এজন যুৱকৰ ।

Assamese News11KV বৈদ্যুতিক তাঁৰত স্পৰ্শ কৰি আত্মহননৰ চেষ্টা এজন যুৱকৰ ।

➡️11KV বৈদ্যুতিক তাঁৰত স্পৰ্শ কৰি আত্মহননৰ চেষ্টা এজন যুৱকৰ ।
➡️ ঘটনাটো সংঘটিত হৈছে মৰিগাঁৱৰ ঔজাৰিত ।
➡️ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি মৰিগাঁও ঔজাৰিৰ পথত এখন মাছৰ বাহনত দুজন মান যুৱকৰ মাজত কিছু সংঘাতৰ সৃষ্টি হোৱাত এজন যুৱকে পথত থকা বৈদ্যুতিক পোষ্টত উঠি গৈ বৈদ্যুতিক তাঁৰ স্পৰ্শ কৰে আৰু লগে লগে মাটিত ধলি পৰে ।
➡️স্থানীয় ৰাইজৰ সহযোগত যুৱক জনক ততাতৈয়াকৈ মৰিগাওঁ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ।
➡️ যুৱক জনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজে নগাবন্ধা গৰৈমাৰীৰ বুলি জানিব দিয়ে ।

মৰিগাঁৱৰ পৰা মনোৰঞ্জন মহন্ত

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!