মালয়েছিয়াৰ এছিয়ান লনবলত স্বৰ্ণজয় অসমৰ নয়নমণি শইকীয়াৰ …
অসমৰ খেলজগতৰ বাবে সুখবৰ। গ্ৰেট বৃটেইনৰ বাৰ্মিংহামৰ কমনৱেলথ গেমছৰ লনবলত স্বৰ্ণ পদক জয় কৰা অসমৰ নয়নমণি শইকীয়াই এইবাৰ এছিয়ান চেম্পিয়নশ্বিপতো সফলতা অৰ্জন কৰিলে ।
গুৱাহাটী টাইমচ