21.9 C
Assam
Saturday, April 1, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

নাজিৰাৰ গেলেকী ন-আলি ব্ৰাহ্মণ গাঁৱত শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ ও বাৰ্ষিক ফল্গূৎসৱ উদযাপন।

Assamese Newsনাজিৰাৰ গেলেকী ন-আলি ব্ৰাহ্মণ গাঁৱত শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ ও বাৰ্ষিক ফল্গূৎসৱ উদযাপন।

নাজিৰাৰ গেলেকী ন-আলি ব্ৰাহ্মণ গাঁৱৰ শ্ৰী শ্ৰী গোপাল মন্দিৰৰ প্ৰাঙ্গনত ছয়দিনীয়াকৈ শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ ও বাৰ্ষিক ফল্গূৎসৱ উদযাপন।উপস্থিত নাজিৰা সমষ্টিৰ বিধায়ক।
গেলেকী ন-আলি ব্ৰাহ্মণ গাঁৱৰ শ্ৰী শ্ৰী গোপাল মন্দিৰৰ প্ৰাঙ্গনত ছয়দিনীয়াকৈ শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ ও বাৰ্ষিক ফল্গূৎসৱ উদযাপন কৰা হৈছে,এই কাৰ্য্যসূচীত অংশ লয় নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই।
বিশ্বশান্তি তথা ভাতৃত্ববোধ অক্ষুন্ন থকাৰ উদ্দেশ্যে আগত ৰাখি লগতে সমাজৰ অপায় অমংগল দূৰ কৰিবৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিব দিছে ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত|

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!