22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

চৰাইদেউৰ নিমনাগড়ত কয়লা ব্যৱসায়ক লৈ সংঘাট।

Assamese Newsচৰাইদেউৰ নিমনাগড়ত কয়লা ব্যৱসায়ক লৈ সংঘাট।

কয়লা চিণ্ডিকেটকাৰীয়ে যোৱা কালি নিশা খুকুৰিয়ে মালব্য ৰাজকোঁৱৰ নামৰ এজন যুৱকক আক্ৰমণ।

চৰাইদেউ এঙেৰাৰ সুৰয বৰগোঁহাই নামৰ যুৱক জনে উপযুপৰি খুকুৰিৰে আঘাট কৰিলে মালব্য ৰাজকোঁৱৰ নামৰ এজন সতীৰ্থক। বহু দিন ধৰি কয়লা ব্যৱসায়ৰ লগত জড়িত আছিল যুৱক কেইজন। নিজৰ মাজৰ সংঘাতৰ এইয়া পৰিণতি। সংকট জনক অবস্থাত আহত মালব্যক ডিব্রুগড়লৈ প্ৰেৰণ।বৰ্তমান পলাতক অৱস্থাত আক্ৰমণকাৰী সুৰয। ইফালে আক্ৰমণকাৰী সুৰয এটি জনগোষ্ঠীয় সংগঠনৰ নেতা বুলি জানিব পৰা গৈছে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ।।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!