চৰাইদেউৰ নিমনাগড়ত কয়লা ব্যৱসায়ক লৈ সংঘাট।

চৰাইদেউৰ নিমনাগড়ত কয়লা ব্যৱসায়ক লৈ সংঘাট।

কয়লা চিণ্ডিকেটকাৰীয়ে যোৱা কালি নিশা খুকুৰিয়ে মালব্য ৰাজকোঁৱৰ নামৰ এজন যুৱকক আক্ৰমণ।

চৰাইদেউ এঙেৰাৰ সুৰয বৰগোঁহাই নামৰ যুৱক জনে উপযুপৰি খুকুৰিৰে আঘাট কৰিলে মালব্য ৰাজকোঁৱৰ নামৰ এজন সতীৰ্থক। বহু দিন ধৰি কয়লা ব্যৱসায়ৰ লগত জড়িত আছিল যুৱক কেইজন। নিজৰ মাজৰ সংঘাতৰ এইয়া পৰিণতি। সংকট জনক অবস্থাত আহত মালব্যক ডিব্রুগড়লৈ প্ৰেৰণ।বৰ্তমান পলাতক অৱস্থাত আক্ৰমণকাৰী সুৰয। ইফালে আক্ৰমণকাৰী সুৰয এটি জনগোষ্ঠীয় সংগঠনৰ নেতা বুলি জানিব পৰা গৈছে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ।।

GTM Desk

Related