নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান

নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান

অভিযানত ৩ টা হে’ৰইণ ভৰ্তি চাবোনৰ বাকচ জব্দ। নগাঁৱৰ ফৌজদাৰীপট্টিত নগাঁও নগৰ শাখাৰ নেতৃত্বত চলিছিল এই অভিযান। AS02 AH 0104 নাম্বাৰ এখন হুণ্ডাই ভেনু বাহনৰ পৰা ড্ৰাগছ খিনি জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তিনি সৰবৰাহকাৰী আটক কৰিছে আৰক্ষীয়ে। আটকাধীন সৰবৰাহকাৰী কেইটা ঈৰ্ষাদ হুছেইন, আব্দুল কায়েম আৰু স্বেৰ জাহান বুলি জানিব

এইবাৰ উৎকোচ লৈ হাত ডাঙিলে গুৱাহাটীৰ কৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰিদৰ্শক নিৰেণ ভট্টচাৰ্যই

এইবাৰ উৎকোচ লৈ হাত ডাঙিলে গুৱাহাটীৰ কৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰিদৰ্শক নিৰেণ ভট্টচাৰ্যই

🔴 একেদিনাই উৎকোচ লৈ হাত ডাঙিলে দুজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীয়ে। 🔴 এইবাৰ উৎকোচ লৈ হাত ডাঙিলে গুৱাহাটীৰ কৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰিদৰ্শক নিৰেণ ভট্টচাৰ্যই। 🔴 উৎকোচ গ্ৰহণৰ সময়ত নিৰেণ ভট্টাচাৰ্যক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

পুনৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ! স্মৃতি ইৰাণীক ‘ফ্লাইিং কি’ছ দিয়াৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে

পুনৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ! স্মৃতি ইৰাণীক ‘ফ্লাইিং কি’ছ দিয়াৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে

মঙলবাৰে সদনত ভাষণ প্ৰদান কৰি মোডী চৰকাৰক কঠোৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ মাজতে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে শাসকীয় পক্ষৰ একাংশ সংসদে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয়ে অনাস্থা প্ৰস্তাৱৰ ভাষণ শেষ কৰি সদনৰ পৰা বাহিৰলৈ অহাৰ সময়ত ৰাহুল গান্ধীয়ে ‘ফ্লাইং কিছ’ দিছে। ৰাহুল গান্ধীক আক্ৰমণ কৰি কেন্দ্ৰীয়

এইবাৰ উৎকোচ কাৰ্যালয়ত নহয়, লৈছিল হোটেলত…

এইবাৰ উৎকোচ কাৰ্যালয়ত নহয়, লৈছিল হোটেলত…

উৎকোচ লৈ হাত দাঙিলে অভয়াপুৰী বৰজানা হাইস্কুলৰ উচ্চবৰ্গৰ সহায়ক এবাদত আলী আহমেদে । NPSএকাউন্টৰ বদলীকৰণৰ নামত ‘জয় মা কালী’ নামৰ এখন হোটেলত লৈছিল উৎকোচ ।