ৰাজ্যৰ প্ৰতিখন বিদ্যালয়প্ৰধানলৈ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা

ৰাজ্যৰ প্ৰতিখন বিদ্যালয়প্ৰধানলৈ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা

🔘 দেওবাৰৰ ভিতৰত বি এড ডিগ্ৰী শিক্ষকৰ তালিকা দাখিলৰ নিৰ্দেশ 🔘 দাখিল কৰিব লাগিব বি এডৰ মূল প্ৰমাণপত্ৰসহ নম্বৰৰ তালিকা 🔘 ভুৱা ডিগ্ৰীৰে চাকৰি কৰাসকলক চিনাক্ত কৰাৰ বাবে এই সিদ্ধান্ত 🔘 মুখ্যমন্ত্ৰীৰ তৎপৰতাত শিক্ষা বিভাগৰ এই নিৰ্দেশনা

এইজন ই-ৰিক্সাচলকে সততাৰে জিনিলে এগৰাকী ব্যক্তিৰ হৃদয়…

এইজন ই-ৰিক্সাচলকে সততাৰে জিনিলে এগৰাকী ব্যক্তিৰ হৃদয়…

🔴 তেজপুৰৰ আব্দুল মুনাফ নামৰ লোকজনে চিমেণ্ট ক্ৰয় কৰি ৪৮০০ টকাৰ সলনি ই-ৰিক্সাচলকৰ হাতত দিছিল ৪০৮০০ টকা। 🔴 টকা হিচাপ কৰি বেছিকৈ পোৱাত পুনৰ লোকজনৰ ঘৰলৈ আহি ঘূৰাই দিছে বেছি হোৱা টকাখিনি।

দিন-দুপৰতে গুৱাহাটীত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা

দিন-দুপৰতে গুৱাহাটীত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা

🔴দিন-দুপৰতে গুৱাহাটীত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা 🔴স্কুললৈ যোৱা পথৰ পৰাই অপহৰণ ভাতৃ-ভগ্নীক 🔴ছনী শ্যামন্ত, প্ৰিন্স শ্যামন্ত নামৰ কিশোৰী-শিশুক অপহৰণ দুৰ্বৃত্তৰ 🔴বাক্ৰাপাৰাৰ মনসা মন্দিৰৰ সমীপৰ পৰা অপহৰণ ভাতৃ-ভগ্নীক 🔴অপহৰণৰ ঘটনা সন্দৰ্ভত থানাত এজাহাৰ পৰিয়ালৰ 🔴উল্লেখ্য, হেপী মণ্টেশ্বৰী স্কুলৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থী ছনী শ্যামন্ত, প্ৰিন্স শ্যামন্ত চি কে একাডেমীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ

মহানগৰীৰ ফটাশিল আমবাৰীত ড্ৰাগছ, গাঞ্জা, নগদ ধনসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা

মহানগৰীৰ ফটাশিল আমবাৰীত ড্ৰাগছ, গাঞ্জা, নগদ ধনসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা

🔴মহানগৰীৰ ফটাশিল আমবাৰীত ড্ৰাগছ, গাঞ্জা, নগদ ধনসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা 🔴ধৃত মহিলাগৰাকীৰ নাম যমুনা বিশ্বাস 🔴অপৰাধ শাখাৰ অভিযানত মহিলাগৰাকীৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী 🔴অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰি ফটাশিল আৰক্ষীক গতাই দিয়ে মহিলাগৰাকীক