বন্দনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাৰ অভিযোগ আদালতত!

বন্দনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাৰ অভিযোগ আদালতত!

গুৱাহাটীৰ চাঞ্চল্যকৰ দ্বৈত হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাসহ তিনি অভিযুক্তৰ বিৰূদ্ধে আজিৰে পৰা কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ বিচাৰ প্ৰক্ৰিয়াৰ পূৰ্বে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দ্বৈত হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ ডেকাক মঙলবাৰে আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে

গুৱাহাটী: তৰুণ নগৰৰ ৫ মহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা  কিশোৰীৰ

গুৱাহাটী: তৰুণ নগৰৰ ৫ মহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কিশোৰীৰ

গুৱাহাটীৰ তৰুণ নগৰৰ ৫ মহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰা কিশোৰীৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। অৱশ্যে কিশোৰীগৰাকীক  হত্যা নে আত্মহত্যা সেই সন্দৰ্ভত বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে সঠিক তথ্য পোহৰলৈ আনিবলৈ সক্ষম হোৱা নাই। আৰক্ষীৰ প্ৰাথমিক তদন্তত কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে। ভঙাগড় আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে

আজি খানাপাৰাত নিযুক্তিপত্র বিতৰণৰ মেগা অনুষ্ঠান

আজি খানাপাৰাত নিযুক্তিপত্র বিতৰণৰ মেগা অনুষ্ঠান

এক লাখ নিযুক্তিৰ প্ৰদানৰ ক্ষেত্ৰত আৰু এটা ঢাপ আগুৱাবৈল মাজত মাত্ৰ এটা দিন বাকী। আজি ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত ব্যয়বহুল অনুষ্ঠানৰ মেগা নিযুক্তি প্ৰদান কৰা হব। নিযুক্তি প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। এই অনুষ্ঠানত প্রায় ৪৫,০০০ চাকৰিপ্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হব।

তামুলপুৰৰ দ্বাৰকুছিত পথ দুৰ্ঘটনাত দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

তামুলপুৰৰ দ্বাৰকুছিত পথ দুৰ্ঘটনাত দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

তামুলপুৰৰ দ্বাৰকুছিত মঙ্গলবাৰে পুৱা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুর্ঘটনাত দশম শ্ৰেণীৰ ছাত্ৰ এগৰাকীয়ে ঘটনাস্থলীতে শেষ নিশ্বাস ত্যাগ কৰে । জানিব পৰা মতে আজি পুৱা ডেফেলী গাঁৱৰ প্ৰাণেশ্বৰ দাসৰ কণ্যা হিমানী দাসে (১৫) চাইকেলেৰে টিউচনলৈ যোৱাৰ পথত ৰঙিয়া- ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰকুছিত এ এছ-২৫- এচি-৫৯৭০ নম্বৰৰ “চিঞা” নামৰ

চৰকাৰৰ নিকা নিযুক্তিয়ে দৃষ্টিহীন মঞ্জুলাক দিলে পোহৰৰ বাট

চৰকাৰৰ নিকা নিযুক্তিয়ে দৃষ্টিহীন মঞ্জুলাক দিলে পোহৰৰ বাট

সেউজীয়া পৃথিৱীখন ছোৱাৰ পৰা বঞ্চিত এগৰাকী যুৱতী ।পিতৃও আছিল শাৰিৰীক ভাৱে সক্ষম ।ৰং বিৰঙৰ পৃথিৱীখন চোৱাৰ পৰা বঞ্চিত যুৱতী গৰাকীৰ বাবে জন্মান্ধতা আছিল অভিশাপ । দৰিদ্ৰ পৰিয়ালটোৰ দুগৰাকী সদস্যই অনূৰূপ ধৰণে শাৰিৰীক সক্ষমতাই আৱৰি ধৰাৰ পিছত স্বাভাৱিকতেই সেই পৰিয়ালটোলৈ নামি অহা দুৰ্দশাৰ কলীয়া ডাৱৰ জাক কোনেও মচিব নোৱাৰে ৷জীয়াই থকাৰ