Leaders of G20 summit gathered in Indonesia’s Bali have called for an immediate de-escalation of the Ukraine conflict, stressing that “today’s era must not be of war”. Here are top
আৱেগ–অনুভূতিবোৰ আমাৰ সম্পূর্ণ নিজা সম্ভাৰ ৷ আৱেগ–অনুভূতিয়ে মানুহক চিৰ নতুন, প্রাণচঞ্চল আৰু সৃষ্টিকামী কৰি ধৰি ৰাখিছে৷ জীৱ–জন্তুৰ মাজতো আৱেগ–অনুভূতি আছে, কিন্তু ই একেবাৰে আদিম অৱস্থাত আছে৷ বহু সময়ত দেখা যায়
গীতিমালিকা নেওগ পৃথিৱীৰ সকলো ঠাইতেই বিভিন্ন ৰোগত ঘৰুৱা ঔষধ–পাতি ব্যৱহাৰৰ এটা প্রচলিত নিয়ম আছে৷ পৰম্পৰাগতভাৱে চলি অহা এই নিয়মবোৰ কবিৰাজী ঔষধ বা জনবিশ্বাস হিচাপে গৰিষ্ঠসংখ্যক মানুহে গ্রহণ কৰি আহিছে৷ অৱশ্যে
ডাঃ ৰেইনী দেৱী পকা কঁঠাল যিদৰে সকলোৰে প্রিয় ঠিক সেইদৰে কঁঠালৰ মুচি বা কঁঠাল গছৰ কেঁচা অপৈণত ফলৰ আঞ্জা বহুতৰে প্রিয়৷ কেঁচা কঁঠাল প্রধানকৈ ৰন্ধন প্রকৰণত ব্যৱহূত হয়৷ কেঁচা কঁঠালৰ
আধ্যাত্মিক শিক্ষা বুলিলে বুজিব লাগিব যে জীৱন আৰু জগতৰ ই এক সুশীল অনুশাসন৷ এই অনুশাসনে শৃংখল মনুষ্যক শ্রেষ্ঠ জীৱ বুলি উচ্চস্তৰত উপস্থাপিত কৰিছে৷ পৃথিৱীত ভাল আৰু বেয়া দুটা দিশ আছেই৷